পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ সটীক নামঘোষ। বেদে ৰামায়ণে চৈৱ পুৰাণে ভাৰতে তথ। আদি মধ্যাবসানেষু হৰিঃ সৰ্ব্বত্ৰ ঈয়তে ২০ [২৩] বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱদানে। হৰিকেসে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব এহিমানে। ঋক, যজু, সাম আদি বে, ৰামায়ণ, ভাগৱত আদি পুৰাণ আৰু মহাভাৰত আদি শাস্ত্ৰৰ আদি, মধ্য আৰু শেষত সকলোতে হৰিৰহে নাম-কীৰ্ত্তন কৰে, অৰ্থাৎ সকলো গ্ৰহুতে হৰিৰ কথাকেহে কৈছে বা তেওঁৰ মাহাত্ম্য বৰ্ণনা কৰিছে। শাস্ত্ৰবোৰৰ এয়ে গূঢ়তত্ত্ব। ৰছি সসম্মোধ্যং যক্ষ্য চিতিজাভায়ো। তন্মন: প্ৰোচতে ৰাজন! বম্বং দোলাতে হৃদি। { ২০৪-২০) [ ২৪ ] জড় চৈতন্তৰ সত অসতৰ মাজত যিটো প্ৰকাশে। তাকে বুলি মন সেহি সিটো পাৱে যিজনে তাক উপাসে।