পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১৭৩ হেৰুৰাৰদৰে জীৱে নিজক পাহৰিছে অৰ্থাৎ মোহত পৰি জীৰে ইহজন্মৰ সুখ-দুখকে খামোচ মাৰি ধৰি পৰজন্মৰ কথালৈ পিঠি দিছে। অমৃত পান কৰি অজনলোক সজ্ঞান হোৱাৰদৰে কলিৰ গৰাহত পৰ পোৰ পক্ষে অমৃতময় হৰিনামেই ঔষধ স্বৰূপ। পৰজন্মলৈ পিঠি দিয়া কলিৰ লোকে হৰিনাম লৈ নিজক চিনিৰ পাৰি গতি লাভ কৰিব পাৰে। কণিৰ লোকৰ উৰাৰ হোৱা সম্বল হৰিনামৰ বাহিৰে একো নাই। ইং হি পুংসম্ভপসঃ “ত ৰা বিস্ত সুক্ত বুদ্ধিদত্তয়। অবিচুতোহ: কবিভিৰ্মিৰূপিতে যদুমশ্লোক গুণানুবৰ্ণন। ২২ [২২] সকল পুণ্যৰ অবিনাশী ফল হৰিগুণ-নাম সাৰ। হৰিক সন্তোষ কৰাইবাৰ হেতু নাম বিনে নাহি আৰ। পূণ্য-বিবোৰ কৰ্ম্ম কৰিলে জীৱ শুদ্ধ হয়। হেতু উপায়। হৰি নাম সকলো পুণ্যকৰ্মৰ সাৰ-পুণ্যকোৰ কৰিলে তাৰ অবিনাশী ফল বৰূপ হৰিণ নমিকে পোৱা যায় আৰু হৰিক সন্তু কৰিবলৈ তেওঁৰ নাম শ্ৰৰণ কীৰ্ত্তনৰ বাহিৰে আন উপায় নাই।