পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১৬৭ সন্ত সদাশিৱ অনাদি অনন্ত ভগৱন্ত ভয়হৰ। ভগবান অনাদি, অনন্ত, সন্ত, সদা মঙ্গলময় আৰু ভয়হাৰী; তওঁক ভক্তি কৰিলে বিমল সুখ পোব যায়; মই সেই নিৰ্মল দুধ-সাগৰ স্বৰূপ হৰিৰ পদ-পঙ্কজত নমস্কাৰ কৰে। মে মা-বা-মম-কা-দ-দ্বে-হ-য়া-গ-----ধা: এতে যত্ৰ ন বিদ্যন্তে তং গুৰুং প্ৰণমাম্যহম্। প্ৰসীদ পৰমানন্দ প্ৰসঙ্গ পৰমেশ্বৰ। আধি-ব্যাপি ভুজনে দষ্টং মামুদ্ধৰ প্ৰভো। (১৯৬–১৯৮) [ ১৯২ ] মোহ মায়া ৰাগ মদ মল কাম দম্ভ দ্বেষ আদি ভাৱ; যি গুৰুজনত ইসৰ নাথাকে প্ৰণামমা তাহান পাৰ॥ পদ-ময়মত্ত, অহঙ্কাৰ। যি গুৰুৰ গাত মোহ, মা, আসক্তি, অহঙ্কাৰ, পাপ, কাম, দম্ভ, হিংসা আদি নাখাকে অৰ্থাৎ এইবোৰে যি গুৰুক পীড়িব নোৱাৰে, তেওঁৰ চৰণত মই প্ৰাৰ্থনা কৰে।