পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটক নামঘোষা হৃদিস্থাপ্যতি দূৰ কৰ্ম্ম বিক্ষিপ্তচেতসাম। আত্মশক্তিভিৰগ্ৰাহোপাপেতে: গুণনা দ [৭] কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তে হৰি অতিশয় দূৰ হন্ত তৰ, দূৰত বিদূৰ হস্ত তাৰ, অহঙ্কাৰ থাকন্তেও সাক্ষাভে কৃষ্ণক পাৰে শ্ৰৱণ-কীৰ্ত্তন ধৰ্ম যাৰ কৰ্ম—আগম আৰু দশকৰ্ম। অহঙ্কাৰ-জীবাত্মা। আগষ পশ্বৰ দশকৰ্মৰ কামবোৰ সকাম কৰ্ম; এইবোৰু কৰ্ম কৰোঁতে পুৰুষৰ নিষ্কাম কৰ্মৰ জ্ঞান জন্মিব পাৰে। পাচ আসক্ত ভাৱে কৰ্ম কৰি জীৱে মুক্তি লাভ কৰিব পাৰে। অৱস্থাত সেই ক্ৰিয়াকাও কৰিশেই গতি বা মুক্তি হয় বুলি কি বিশ্বাস কৰে, পৰমেশ্বৰ যদিও নিজৰ হিয়াত আছে, তথাপি সেই ক্ৰিয়াকাণ্ডই ভগৎ প্ৰাপ্তি নঘটায়, কিন্তু দ্বৈত মাৰ্গৰ ভক্তিৰে সহজছে ভগৎ প্ৰাপ্তি ঘটাব পাৰে, অৰ্ধ শ্ৰৱণ, কীৰ্ত্তন আদি অৱবিষ তক্তিৰে ভক্তই কৃষ্ণৰ সাক্ষাত পায়। অহঙ্কাৰ ৰক্ষা কৰি ভক্ত আৰু ভগৱানক পৃথক ৰাখি ) ভক্তি পন্থেৰে ভগৱৎ প্ৰাপ্তি হয়। ভক্তিপন্থ শুদ্ধ দ্বৈতবাদ; দ্বৈতবাদ ভক্ত আৰু ভগৱান চিৰকালেই পৃথক। ভক্তে সেৱ-সেক ভাই লৈ শ্ৰৱণ-কীৰ্ত্তন কৰি তেওঁক পাব পাৰে।