পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৮ স্টীক নামঘোষা | ১৭০ ] অধম পুৰুষো হোয় উত্তম ভজিয়া যাৰ চৰণে। পুৰুষোত্তম নামক ধৰিয়া আছ এহি কাৰণে নানা প্ৰকাৰ অমোঘ পাপাচাৰী নীচ হঙ্গাৰৰ মানুহেও ভগৱানক একান্তমনে উপাসনা কৰি। যা উত্তম হব পাৰে অৰ্থাৎ পাপীসকলে ভগৱানক ভজি পাপ বুই পবিত্ৰ হয়, সেইকাৰণে ভগৱানে পুৰুষোত্তম নাম লৈছে বা তেওঁক ‘পুৰুষোম বোলা হয়। যস্যুৎ ক্ষৰমতীতেংমৰাদপি চোত্তম। অতোহম্মি লোকে বে েচ প্ৰথিত: পুৰুষোত্তমঃ ১ [ ১৮১ ক্ষৰ পৰে ইটো দেহক বোলয় অক্ষৰ শৱদে ব্ৰহ্ম। দুইতো কৰি হৰি উত্তম নিমিত্তে প্ৰখ্যাত পুৰুষে ত্তম। ক্ষৰ বিনাশশীল, নখৰ, জহিপৰা, এতেকে দেহ; অক্ষৰ-অন, ব্ৰহ্ম।