পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ [ ১৬২] যতেক প্ৰাকৃত আকাৰ বজ্জিত। ভৈল যিহেতু হৰি। সেহি হেতুতেসে নিৰাকাৰ নাম আছ ঈশ্বৰে ধৰি। একত- প্ৰকৃতি সম্বন্ধীয়, প্ৰকৃতিৰপৰা হোৱা। গহ-সূত’, পশু-পক্ষ, গ্ৰহ-নক্ষত্ৰ আদিক প্ৰকৃতিৰ অঙ্গবিলাকক প্ৰকৃত বোলে। আমি চৰাচৰ বিশ্বজগতত যিবিলাক প্ৰাকৃত আকাৰ দেখেইক-ভগৱান সেইবিলাকৰ কোনোটোৰে আকাৰবিশিষ্ট নহয়। তেওঁ সকলো প্ৰাকৃত আকাৰ বৰ্জিত, সেইবাবে তেওঁক নিৰাকাৰ মা লক্ষ্মীপ্তা ধৱ: মায়া বিদ্য্য ধৱ ইতি বা। জনান ও মায়ায়তীতি জনাৰ্দন না [ ১৬৩] মা পদে লক্ষী- দেৱীক বোলয় তাহান স্বামী ঈশ্বৰ। এতেকেসে তঙ্ক বোলয় মাধৱ মহাজনে নিৰন্তৰ