পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা নাধীত বেদ শাস্ত্ৰোহপি ন কৃতং চাপসব্যবৎ। যে ভক্তিং বহতে বিষ্ণো তেন সৰ্বং কৃতং ভবেৎ। অন্তৰ্যন্ত। সৰ্ব্বলোক গীত: শ্ৰুত্যা যুক্তা চৈব মেবাৱমেয়ঃ। যঃ সৰ্ব্বজ্ঞ: সৰ্বশক্তি বৃসিংহ: মন্তং চৈতসৈৰলৰে। [ ১২২] অবিদ্যা জনিত সুখ সত্য লোক আদি কৰি আত নিৰপেক্ষ নিৰন্তৰ। কেৱল চিদাঙ্গ শুদ্ধি কাৰণেসে মাত্ৰ জানা পুৰুষাৰ্থ মুমুক্ষু জনৰ। অবিদ্যা—অজ্ঞান, মায়া, “দেহেই মই এনে যি জ্ঞান, তাকে মা বোলে। লোক-স্বৰ্গ, মৰ্ত্য, পাতাল ত্ৰিলোক। ভূঃ, ভুব, স্ব, মই, জন, তপ আৰু সত্য এই সাত লোক। নিৰপেক্ষ-স্বতন্ত্ৰ, স্বাধীন, উদাসীন। মুম-মোক্ষ লাভ কৰিবলৈ ইচ্ছুক, চিদাঙ্গ- চিৎ+অঙ্গ। মনৰ ভাগ; আনবৃত্তি। সন্ন্যাসী। [ সত্য আদি সাতলোক মায়াৰপৰা হোৱা; মানুহে এইবোৰ লোক কামনা কৰি যাগ-যজ্ঞ আদি কৰিলে সেইবোৰ লাভ হয়। এইবোৰ মায়াৰদ্বাৰা সৃষ্টি হোৱা বাবে পুণ্যৰ ক্ষয়ৰ অন্তত সেইবোৰ পোৰপৰা পুনঃ সংসাৰত পতন হোৱাৰ সম্ভৱ আছে।]