পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামধোৰা 9 এই দহ অৰতাৰ বা উপৰি উক্ত চতুৰ্বিংশতি অৱতাৰক প্ৰাণীৰ জমোতি বুলিও ঠাৱৰায়। গীতাৰ বিভূতি ৰোগৰপৰাও ভগৱান সকলোৰে সত্ত্বা বুলি বুজিব পাৰি। ] হে প্ৰভু, তুমি মৎস্য, কুৰ্ম্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, শ্ৰীৰাৰ, হলীৰাম, বুদ্ধ, কী আদি ৰূপ ধৰি এই বিনন্দীয়া সৃষ্টি হৈছা বা তুমিয়েই এই পৃথিৱীৰ পাপ হৰণ কৰি সৃষ্টি ৰক্ষা কৰিছা; সেই অৰতাৰ ধৰোত। নিৰাকাৰ কৃষ্ণ তোমাৰ চৰণত মই প্ৰণাম কৰে। নাহং তিষ্ঠামি বৈকুণ্ঠে যোপীনাং হৃদখে ন চ। মঙক্তা যত্ৰ গান্তি তত্ৰ তিষ্ঠামি নাৰদ। 8 একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যত। বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। [ গুণ তিনটা--- সত্ত্ব, ৰজ আৰু তম। প্ৰভা মানুহৰ হৃদ সত্য, ভক্তি, দয়া, ক্ষমা আদি গুণৰ আধাৰ হয়; গতিকে শণৰ এভাৰতে জগত প্ৰতিপালিত হৈছে বুলিব পাৰি। ৪ গুণৰ কাম হৈছে ইচ্ছা ৰা চেষ্টা। ইয়াৰ প্ৰভাৰত হিংসা, অহঙ্কাৰ, দম্ভ আদি ভাৱ উৎপন্ন হয়; গতিকে এই গুণৰ পৰাই জগত সৃষ্টি বা উৎপন্ন হৈছে।