পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> সটীক নামঘোষা বাগ, যজ্ঞ, পূজা, হোম আদি কৰ্ম্ম কৰোতে কৰোঁতে ঈশ্বৰ-প্ৰেম জন্মে; এই কৰ্মবোৰকে আত্ৰণ বুলি ৰা হৈছে। গুচাই দিলে ৰ শাস্ত্ৰৰ ওপৰত বান্ধি থোৱা নামৰ টোপাৰ (টোমৰ) মূৰ ভাঙি দিলে; জগতৰ স্ত্ৰী, শুদ, আদি সকলো শ্ৰেণীৰ লোকে অতি সহজে সেই হৰিনাম লৈ ভগৱানৰ প্ৰেম-ৰসৰ আস্বাদ লোৱ॥ [ভগৱানৰ প্ৰেম বিচাৰি, নানা শাস্ত্ৰমতে নানা কৰ্ম কৰাৰ আৱশ্যক নাই। কিং তথ্য দানৈঃ কি তীখে কিং তপোভিঃ কিমৰৈঃ। যো নিত্যং ধ্যাষতে দেৰং নৰাণাং মনসি স্থিত { ১০২] হৰি-নাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব। হেন হৰিনাম ধৰ্ম শঙ্কৰে বিদিত কৰি চূৰ কৈলা দেৱতাৰ গৰ্ব্ব। মনুষ্যত পূজা ৰৈল-মামুহ সমাজত পূজা ৰল। অৰ্থাৎ মানুহক দেৱতা বুলি পূজা কৰিবলৈ নানা বিধান দিলে। দেৱসৰ্ব্বশাস্ত্ৰকাৰসকল। ৰঙ্গকৰেগৌৰৱবোেধ কৰে। শাৱকাৰসকলে, মানুহে দেৱ-দেৱীক পূজিবলৈ নানা বিধান দিলে আৰু নাম-ধৰ্ম ৰ মাজত লুকাই ৰাখিলে অৰ্থাৎ লোকে