পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

$ সটীক নামঘোষা (১) ভগৱানে মৎস্যৰূপ ধৰি প্ৰ, পয়োধি জগত নিমগ্ন হৈ থাকা বেদ উদ্ধাৰ কৰে। (২) ভগৱানে কূৰ্ম্ম অৱতাৰ ধৰি সাগৰ মনত দেৱতাসকলক সহায় কৰিছিল। (৩) ভগৱানে বৰাহ অৱতাৰ ধৰি ডুবি খক। পৃথিৱী দাজেৰে ওপৰলৈ তুলিছিল আৰু হিৰণ্যাক্ষক বৰ কৰিছিল। (৪) হিৰণ্যকশিপু বধ কৰিবলৈ ভগৱানে নৃসিংহ অৱতাৰ ধৰিছিল। (৫) বলি ৰজাক ছলি দেৱতাৰ সহায়ৰ অৰ্থে ভগৱানে বামন অৱতাৰ ধৰিছিল। {) ক্ষত্ৰিয়বিলাক অত্যাচাৰী হোৱাত সিবিলাকক ধ্বংস কৰিবলৈ পৰশুৰাম অৱতাৰ ধৰিছিল। (৭) ৰাৰণক মাৰিবলৈ ভগৱানে ঐৰাম ৰূপে অৱতীৰ্ণ হৈছিল। (৮) দ্বিবিদ আদি অসুৰক বধিবলৈ হলীৰাম অৱতাৰ হৈছিল। (১) জীৱহিংসা আঁতৰাবলৈ ভগৱান বুদ্ধৰূপে অৱতীৰ্ণ হয়। (১) ভগৱানে কলিকালৰ শেষত কী ৰূপে অৱতীৰ্ণ হৈ সত্য- ধৰ্ম প্ৰচাৰ কৰে। [ স্কন্দপুৰাণৰ মতে বিষ্ণুৰ দশ অৱতাৰ; কিন্তু মহা ভাগৱত পুৰাণৰ মতে চতুৰ্বিংশতি অৱতাৰ। প্ৰভু শ্ৰীশঙ্কৰে কীৰ্ত্তন’ এই চতুৰ্বিংশতি অৱতাৰৰ কথা বৰ্ণাইছে। কিছুমান বৈজ্ঞানিক পণ্ডিতে মৎস্য ( মাছ), কূৰ্ম বৰাহ, নৰসিংহ ( অধ মানুহ আধা সিংহ), বামন ( বাওন), পৰশুৰাম ( হলধৰ ), শ্ৰীৰাম (সৰ্ব পাতি আৰু ন্যায়ৱন্ত ৰজা), হলীৰাম (দুষ্ট দমন কৰে।তা, বুদ্ধ ( ধৰ্ম প্ৰচাৰ কৰোতা) আৰু কল্কী (শ্লেচ্ছ নিৰ্মুল কৰে তা )