বাঘৰ বুধি
বাঘে ক’লে ছাগলীক অ’মোৰ মাহী আহাছোন কথা পাতো দুয়ো বহি বহি।
ছাগলীয়ে ক'লে, ভাগিন হ’ব পাৰো আলহী পিছে, ককালৰ বিষ যাম হাতীত উঠি।
⸺⸺⚬⸺⸺