নিগনি ভনী
মেকুৰীয়ে ক’লে, নিগনি ভনী ভজা মাছ এয়া লগে ভাগে খাঁও আহ কেনে মচ্মচিয়া। নিগনিয়ে টপৰাই বেলে, শুনা ভাই এই কণে দুয়োৰে পেট নভৰাই।
সৌৱা এগাল মাছ পুখুৰীতে পাবা মিছায় কৈছো যদি জাপমাৰি চাবা। ⸻০⸻
(২)