বুবুৰ দুখ
অকণি বুবুৰ বৰ দুখ ডাঙৰ কিয় হ’ল, আজি-কালি কোলাৰ মজা নোপোৱাহ’ল।
মাকে কয় ডাঙৰ হৈছ কিমান বাৰ কওঁ? আইতাই কয় ডাঙৰ হলি কেনেকৈ লওঁ? য’তে ত’তে একো নথয় ওপৰত থয় তুলি
(১১)