সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুপৰীয়া সুঠাম দুপৰীয়াটো নিঃপালি দি শুই আছে । এহেজাৰ এটা জিলিৰ মাতে তাৰ টোপনি গুচাব নোৱাৰে । এক অর্বুদ গছপাতৰ গানে তাক জগাব নোৱাৰে ৷ দুপৰীয়াটো এনেকৈয়ে শোৱে ৷ ।। সকলো ৰঙৰ সিপাৰে।। ৭৬