সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

কাৰ বাবে

জোনৰ বাবে যে ইমান নাম থৈছা
জোনাকীৰ বাবেও থোৱা,
বিৰিণাৰ নিজা ভেম আছে গাভৰু গীতত
খাগৰিৰ বাবেও এষাৰি গোৱা৷

।।সকলো ৰঙৰ সিপাৰে৷৷৬০