পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঙ্গে এ (২) মূৰ্তিপূজা আৰু (৩) বাল্যবিবাহ। এই যুগত ধৰ্মক্ষেত্ৰত ৰোধৰ জমিক পম আৰু হিন্দুধৰ্মৰ পুনৰুখান। এই যুগৰ চতুৰ্দশ শতাব্দি ভাৰতৰ অমৃতময় যুণ। যৌধৰ্মৰ সাময়িক প্ৰকাৰৰ ওচৰত বৈদিক ধৰ্ম মাৰ গৈ আহিছিল। এই যুগত ভাৰতত বিদেশীয় জাতিৰ আধিপত্য আৰু ব্ৰাহ্মণবিলাকৰ শ্ৰেষ্ঠ বৰ বেচি হৈ উঠিছিল। ব্ৰাহ্মণ বিলাকৰ নিয়ম ওচৰত আন জাতি নিৰে মূৰ দোৱাইছিল। চতুৰ্দশপঞ্চ দশ শতাব্দিৰ মাৰ ভাগত বিদেশীয়, আন ধৰ্মাবলম্বী মুছলমান বজাৰ লত পৰি হিন্দু ধৰ্ম নিয়ে হৈ পৰিছিল কাতোয়াং সাৰত থাকি বাহিনী” সংজ্ঞা দি প্ৰাচীন কামৰূপ ভুগৱ সীমা নিৰ্দেশ কৰা আছে। বৰ্তমান আসাম গোটেইখন এই সীমাৰ ভিতৰত নপৰিলেও আজিৰ ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰদেশ, ভুটানৰ কিয়দংশ, পূৰ্ববঙ্গ যৰ বিলা, কুচবিহাৰ এভৃতি একযোগে প্ৰাচীন কামৰূপ নামে অভিহিত হৈছিল। প্ৰাগ- জ্যোতিষপুৰৰ ভোগদত্ত, বৰ্শাবংশৰ প্ৰসিদ্ধ ৰজা বলবৰ্ণা, শশাণিতপুৰৰ এসি বলিৰাৰ পুত্ৰ বাণৰজা, কোণ্ডিল্যৰ ভীম, নাগশং, আকাৰি বংশৰ আৰিমত, পালবংশীয় পাল, সেনবংশ নীল, দুন্নত নাৰায়ণ এভৃতি আৰ্য্য পৰাক্ৰমী ৰ বিলাকৰ প্ৰাচীন কীৰ্তিকলাপ আজিও চাইলে ঠাইয়ে প্ৰাচীন কামৰূপৰ অতুল বিভৰ আৰু সভ্যতাৰ পৰিয় প্ৰদান কৰিছে। প্ৰাগজ্যোতিষপুৰৰ সৌন্দৰ্য, বশিষ্ঠাশ্ৰমৰ ৰণীয়া, চল সাগৰৰ মেৰ ঘৰৰ কাৰুকাৰ্যতা, নীলাচল পৰিত্ৰ, আজি কামৰূপৰ প্ৰাচীন, কামৰূপৰ সৰল উদাৰ ব, চিনাম দিছে।