পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চবিত্ৰ পুথি প্ৰাপ্তি। বহু চেষ্টা আৰু পৰিশ্ৰমৰ ফলত মহা পুৰুষ হৰিদেৱৰ এ মুল সংস্কৃত জীৱন চৰিত আমাৰ হাতত পৰিছে। এই এখ। সিদ্ধান্ত বাগীশ শাশ্বৰ শৰ্মাৰ দ্বাৰা ৰচিত। পনি কয়। ৰচত তাৰ বিষয় শেষ জন। নেয়। গ্ৰন্থকৰ্তা কামৰূপ জিলাৰ অন্তৰ্গত কৈহাটী সত্ৰাধিকাৰীসকলৰ পূৰ্ণৰপুৰুষ আবু জ" যায়। গ্ৰন্থখন উদাৰক আৰু গানেশ্বৰৰ ভিতৰত প্ৰশ্নোত্তৰ চলেৰে লিখা হৈছে। কামৰূপ জিলাৰ নলবাড়ী অঞ্চলত গড়েমাৰ নামেৰে এখন গাওঁ এতিয়াও আছে। দ্বিজ পানেশ্বৰ এই গাওঁৰ পৰা আহি যেতিয়া হবিগুৰুৰ আশ্ৰম পালেহি তেতিয়া তেওঁ জানি। বলে যে ওঁ যাৰ পলকমল ও আশ্ৰয় পান বুলি। আহ সেই মহা পুৰুষ হৰিগুৰু আৰু ইহ সংসাৰত নাই। এই শোক বাতৰি শুনি তেওঁ কিয়া ভুকুৱাই কান্দিব ধৰিলে আৰু মহাপুৰুষৰ জীৱন বৃত্তান্ত তেওঁৰ পৰম ভক্ত উদাৰকৰ মুখে শুনিলে।

প্ৰকাশকৰ আত্ম নিবেদন।

বৰ্তমান আসাম উপত্যকাৰ সৰহভাগ মানুহেই সনাতন বৈষ্ণব ৫। এই ষ্ণেব ধৰ্মাবলম্বী মানুহবিলাকৰ ভিতৰত আকৌ হিন শ্ৰেণী হৈছে। কেতবোৰ মহাপুৰুষীয়া, কেতবোৰ দামোদৰ পন্থি আৰু কেৰে হৰদেবী পন্থীয় বৈষ্ণব ধৰ্মাবলম্বী। কীৰ্ত্তন, নামঘোষা প্ৰভৃতি অসমীয়াৰ অমূল্য ধৰ্ম গ্ৰন্থ অসমীয়া ক'দিনে ৰাতি হাতে হাতে সমস্ত ৰেদান্ত আৰু উপনিষদাদি পাঠৰ ফল বিলাইছে। এই ওপৰোক্ত হিন শ্ৰেণী ধৰ্মাবলম্বীৰ ভিতৰত হৰিদেবী পন্থায় মানুহৰ সংখ্যাও নিচেই কম নয়। কিন্তু বৰ দুঃখৰ বিষয় যে আজিলৈকে হৰিদেবী পন্থীয় সত্ৰাধি- কাষবিলাকে আৰু গায়াগিৰি বাপু সকলে গ্ৰহৰিৰ বিষয় বিশেষ নেজানে?