পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১০১) দুঃখ দেখিযা অসুখ। বৈকুণ্ঠৰ সুখ দেখি চা মুখ | পৃথিবীক আসি পৰ ম হৰিষি। কম ক প্রকাশি পাক বিনাশি । •(নাম সাৰ কৰিলা প্ৰচাৰ + জগত উদ্ধাৰ কৰিলা ইবাৰ । মোৰ গুৰু ইষ্ট পৰম গৰিষ্ঠ। মনৰ অভীষ্ট সাধিয়ােক নিস্ট ২ মই মলমতি কৰোহে কাকুতি। তোমাৰ ভকতি দিয়ােক সম্প্রতি তোমাকেস স্বামী ভজিলেহে আমি । তুমি অন্তর্যামী অস্থি ভষু নিজ দাস হৈবাে মােৰ লাশ।