পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজ্ঞান নানি জ্ঞান প্রকাশ ছেদে উভয় লে? পৰম পৰিব। শুন। এমন কৰি হৰিৰ কিঙ্কৰ কা দিলাম ডাকি বোলা হন হন। কৃষ্ণ বুফ খান জয় জয় কাম। কৃষ্ণ হৰি ৰাম হৰি বাম বাম বাম। ত• 5 অ্য, সনাতন না: প্রাণ। গোবিন্দ, গোবিন্দ, গোবিন্দ, গে, গােবিন্দ ৰাম ৰাৰি। ও বোট এখাণ্ডব ২ৰি তাৰকাৰ।। না ৰ মূৰাবি, এর, ৰাম ৰাৰি। ভ।তি বোচ•1, দুঃখ বিমোচন, ভকতৰ ভয়হাৰী । পৰম পুৰুষ, পৰম আনন্দ, পৰম গুৰু মুৰাৰি। অনাদি অনও, তাচ্যুত গােবিন্দ, ভকতৰ ভয়হাৰী । জয় যাদৱ এ, (মাণে প্রাণ, জীৱেৰ জীৱন নাৰায়ণ। ভকতৰ ধন তযু অৰুণ চৰণ। নমো নাৰায়ণ, ব্ৰহ্মাদি নাৰদ ব্যাস শুক পৰীক্ষিত। অনন্ত কুমাৰ সাঙ্খ্য ৰাশৰ মৈত্রেয় বিদুৰহিত ॥ ব্রহ্মা মনুহৰ কপিল কুমাৰ শুক ভীষ্ম বলি ৰায়। প্রহ্লাদ নাৰদ যম জনক বাঢ়জন সমুদায়।