পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বন ) মনে । ধনুকাটা বােলে না আমাৰ শহমাজে গৈলে আমাৰ গাৱৰ দৰ্প মই বুলিলে। কণা। সৰূপ কহিলে। মই হেন মনে মান ৰে বােল কৃপাময় হৰি গুৰু। দুষ্ট সংহাৰক তুমি ভক্ত, কতক ॥ তাবিদ্যা মােহিত সিতে জানে তােমাক। চক্ষুদান দিয়া তুমি অন্ধ যে প্রাণীক। হৰিদেৱে শুনি পাছে মহা তুষ্ট ভৈলা। কণা গুচি তেতিক্ষণে তান চক্ষু ভৈলা । অদভূত দেখি ধনুকান গুণে নম্রভাৱে কৰি স্বতি ধৰিল। চৰণে ॥ নমােনমো জগতৰ কৰ্তা আদি দেৱ। তিনিও জগতে যাৰ পদে কৰে সেৱ৷ তুমি চৰাচৰ গুৰু জগতৰ বাপ। তােমাক নিদিলে। মােৰ ভৈলা মহাপাপ। পশিলে। শৰণে তুৱা পদে কৰি সেৱ। প্রায় হয়ে মােক ৰাখা হৰিদেৱ । আনো নানা প্রতি তা কৰিৰে লগ আৰ নকহিলে পদ বাহুল্যক ভয়। এহিমতে স্তুতি কৰিল কৰি সেৱ। শুনিয়া দয়ালু পাছে ভৈলা হৰিদেৱ । পৰম ভকত জ্ঞান হাত কহিলা। আন নকৰয়া মানেৰীক চলিগৈল। উদাৰ গোবিন্দে কহে না থানেশ্বৰ। মানেৰীক পাইল পাছে শৱৰ দামোদৰ