এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
শৰাধৰ ছে৷ লৈ এই “বেজবৰবৰুৱাৰ গীত” খনি প্ৰথম পুথি স্বৰূপে ৰাইজলৈ আগ বঢ়ালোঁ। ইয়াৰ পিছত ওলাব লগিয়া খনদিৰেকেও গঢ় লৈ ছপা -শাগত ৰৈ আছে। এতিয়া সদাশয় ৰাইজে মুকলিমনেৰে ধন-পানী এডলু ছটিয়াই পঠিয়ালেই গতি পাই মুকলি হব পাৰিব। আমাৰ কথা আৰু কাৰ্য্যলৈ চাই স্মৃতি ৰক্ষাৰ অৰ্থে অৰিহণ! বুলি যেনে ঘি পঠিয়াই যথাসনৰত যথা-নিয়মে নতুন “বাঁহীৰ” পিঠিত তাৰ লেখ দিয়া হব। ইতি—
বিনীত শ্ৰীমাধব চন্দ্ৰ বেদকেৰা প্ৰকাশক, “বাহী” পাব্লিছিং হাউছ, ১১৪।ছি গোৱাৰ ৰেঞ্জ। পোঃ আঃ পাৰ্ক ছাৰ্কাছ, কলিকভা