পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৵৹


এতিয়া লিখা। ইয়াৰ ভিতৰত তাৰতম্য ঘটা স্বাভাৱিক।

 শেষত, গ্ৰন্থৰ শেষৰ ফালে ১০৫ পিঠিত দুটা শব্দৰ অৰ্থ দিব পাৰা নাছিলোঁ। তাৰে এটা শব্দৰ অৰ্থ এতিয়া পোৱা হল।

 নিবাজন-সংস্কৃত নীৰাজন—সামৰিক সন্মান প্ৰদৰ্শন। দশহৰাৰ দিনা সামৰিক বিধিৰে কৰা উৎসৱ।

যোৰহাট।
দৌলপূৰ্ণিমা ১৮৫১শক
১৪ মাৰ্চ, ১৯৩০ ইং।

} শ্ৰীশৰৎচন্দ্ৰ গোস্বামী