02 নীশঙ্কৰ বাক্যামৃত যিজনৰ শিৰে নকৰৈ প্ৰণাম শুক নিগদতি শুনা কুৰুপতি কৃষ্ণৰ পদ কমলে । কহিলো পৰম সাৰ ৷ তাতে মোৰ দায় নেৰিবি সদায় হৰিনাম বিনা পাপ সাগৰত বান্ধি আন হাতে গলে ॥১৯৭ কাহাৰো নাহি নিস্তাৰ ॥২০১ হৰি চৰণত সদায় বিমুখ
মহা যোগীগণো ব্রহ্ম চিত্তে যদি মুশুনৈ কৃষ্ণৰ কথা হৰিৰ নাম নলৱৈ । মাধৱৰ একো কৃত্য নকৰয় সিয়ো ভ্ৰষ্ট হুয়া সংসাৰত পৰে শ্ৰম কৰি ফুৰৈ বৃথা | চাৰি বেদে হেন কৱৈ ৷ কৃষ্ণৰ কীৰ্ত্তন নকৰি থাকয় ধৰ্ম্ম অর্থ কাম যিটো অভিলাষে আনসে কথা চোবাই । যি চাৰৈ মোক্ষৰ পথ ৷ সিটো পাপিষ্ঠক ঝান্টে বান্ধি আন সিও হৰিনাম কীৰ্ত্তন কৰিয়া লোহাৰ ডাঙ্গে কোবাই ॥১৯৮* বেগেতে পাৱৈ সব মনোৰথ ॥২০২ নৰকৰ পথ ইটো গৃহবাস নামৰ মহিম। নজানি ঋষিয়ে আতেসে যাহাৰ ৰতি ৷ আন প্রায়শ্চিত্ত বিয়ৈ । ভাৰ্য্যাক পুত্ৰক পুষিবে যতনে মৃত সঞ্জীৱনী নজানিয়া বৈছো এৰৈ ত্ৰিজগত পতি ৷৷ আন ঔষধক দিয়ে n কৃষ্ণৰ চৰণ নিচিস্তি সদায় জগতৰ মোক্ষ হৈবেক বুলিয়া ধনকেসে কৰৈ ধ্যান । জানিয়া যিটো নকৱৈ ৷ সিটো পাতকীক সুধিবে নলাগৈ সংসাৰ দুৰ্লভ হেন হৰিনাম যাতনাক লাগি আন ॥১৯৯ হেলাতে কতো নলৱৈ ॥২০৩ কৃষ্ণকথা এৰি সাতে পাঞ্চে বেঢ়ি হৰিৰ নামৰ গোপ্য মহিমাক আন কথা কই থাকে । পূৰ্বৰ অগস্তি ঋষি। অমৃতক ত্যজি যেন বিষ্ঠা ভুঞ্জে মলয়া গিৰিত বিষ্ণুক অাস্তে গাড়ি শুকৰৰ জাকে কহিল৷ মোত হৰিষি সিটো পাপীসব দৈৱে ভৈল হুত নাহি কাল দেশ নিয়ম ইহাত চিত্তে আপোনাৰ মাৰ ৷ অশৌচত নাহি দোষ । উপজি মৰিবে যাতনা ভুঞ্জিবে শয়নে ভোজনে সদা হৰি বোলা নাহিকৈ তাৰ নিস্তাৰ ॥২০০ এৰিয়া মান আক্রোশ ॥২০৪ বিষ্ণুৰ নামৰ মহিমা শুনিয়া হৰি ফেন ইটো দুগুটি অক্ষৰ দূতগণ গৈল ডৰি। জিহ্বা অগ্নে থাকে যা । হৰি ভকতক দেখিবাক লাগি গণ গয়া কাশী প্রয়াগ সেতুক ডৰায় গেছি দিন ধৰি যাইবাক নলাগৈ তাৰ