সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থাক মুবুজি ফুৰৈ নিন্দা কৰি ৷ তাৰ মুখ দেখি বুলিবা হৰি ॥১০৬ ঘোষা ত্রাহি হৰি ৰাম মোৰে ৷ মই মজিলো সংসাৰ ঘোৰে ৷৯৷৷ পদ I কীৰ্ত্তন মহিমা শুনা উৎসুকে । বাঢ়য় স্কন্ধত যি কৈলা শুকে ॥ সকল ধৰ্ম্মতে কৰি বিশিষ্ট হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ ॥১০৭ অনাদৰি আন ধৰ্ম্ম সম্প্রতি। দিওঁ উপদেশ হৰি ভকতি ৷ ব্যাসৰ শুনি চিত্ত শাস্ত ভৈল । প্রথম স্কন্ধত নাৰদে কৈল ॥ ১০৮ চাৰিয়ো বেদক ব্ৰহ্মায়ে আনি। বিচাৰিলা তিনিবাৰ প্ৰমাণি ৷৷ এহিমানে মাত্ৰ কৰিল৷ সাৰ । হৰি কীৰ্ত্তনেসে তৰৈ সংসাৰ ॥১০৯ হেন জানি ৰাজ্য একাস্ত মনে । কৰিয়ো যতন হৰি কীৰ্ত্তনে ৷৷ ৰাজাত কন্তু শুকে প্রবন্ধে। বিচাৰি দেখিয়ো দ্বিতীয় স্কন্ধে ॥১১০ আতি লৱলেশ# বিষয় মুখ। সামাঃ আকে লাগি ভৈলা হৰিৰিমুখ ৷ নকৰে ৰতি হৰি কীৰ্ত্তনত । শ্ৰীশঙ্কৰ বাক্যামৃত আপোন কৰ্ম্মে সিয়ো ভৈলা হত ॥১১১ সিটো ঢাঙালক গৰিষ্ঠ মানি। যাৰ জিহ্বাক্সে থাকে হৰিৰাণী !! সমস্তে তীৰ্থত কৰিল স্নান । কৰিলে সব তপ হোম দান ॥১১২ সেহিসে কুলীন বেদক বুজৈ । যাহাৰ দুখে হৰিনাম সিজৈ পৰম তত্ত্ব জানি দেৱহূতি। তৃতীয় স্কন্ধত কৰিলা স্তুতি ॥১১৩ নলাগৈ লীন মুকুতিকে৷ তথা। নাহি হৰি পদ পঙ্কজ যথা ৷৷ কৰ্ণৰ অমৃত হৰিচৰিত । ভকতৰ মুখে শুনিবো নিত ॥১১৪ হবি কথামৃত কণাৰ বাৱে ৷ দুনাই আত্মজ্ঞান সুমৰাৰে ৷৷ নলাগয় বৰ নমাগো তাক । চতুৰ্থ স্কন্ধত পৃথুৰ বাক ॥ ১১৫ জৰা মৰণৰ সময় দুখে । তযু গুণনাম নেৰোক মুখে ॥ মাগন্ত ঋত্বিজে* বৰ প্রৱন্ধে । • পুৰোচিত নাতিৰ যজ্ঞত পঞ্চম স্কন্ধে ॥১১৬ পঞ্চম মহাপাপী যিটো জন। তাৰো প্ৰায়শ্চিত্ত হৰি কীৰ্ত্তন ৷৷ তাক লাগি ভৈল৷ হৰিৰ মতি। ইটো মোৰ ভৈল ৰাখে৷ সম্প্ৰতি ॥১১৭ ব্ৰহ্মবধী গুৰুবধী যতেক। পিতৃ মাতৃবধী পাপী অনেক ॥ কুকুৰ খায় হেন ম্লেচ্ছগণে । সিয়ো শুদ্ধ হোৱে হৰি কীৰ্ত্তনে ॥১১৮ চাতালো হৰিনাম লরে মাত্র। কৰিবে উচিত খজ্ঞৰ পাত্ৰ । পাপৰ আলু উডৰায় নামে। আৰু তুচ্ছ কৰি ধৰে কি কানে ॥১১৯ নামৰ মহিম। জানি লि । জগতৰ যোক্ষ হুইৰেক বুলি