W শ্ৰীশঙ্কৰ খাদ্যায়ত সত্যযুগে যত আছিল প্ৰাণী । কলিত জন্মিবো বোলৈ কৈসানি ৷ হৰিনাম খুষি কলিযুগত । নিশ্চয়ে হুইবেক লোক ভকত ॥৭৬ দোষৰ নিধি যদি কলি পাপী। "আছে মহা গুণ আত তথাপি ৷ কেৱলে কীৰ্ত্তনে সংসাৰ তৰি । বন্ধ ছিণ্ডি হোৱে আপুনি হৰি ॥৭৭ কলিত কীৰ্ত্তনে হোৱৈ ভকত ৷ আতপৰে লাভ নাহি লোকত ৷৷ আমাৰ বোলে চিত্ত নেদা ঠাৰি ৷ একাদশ স্কন্ধ চার৷ বিচাৰি ॥৭৮ কলিৰ লোক আতি পাপমতি । নসাধৈ আন ধৰ্ম্মে আৰ গতি ৷৷ ৰামনাম যিটো সততে গাৱে । সেহিসে হাতত মুকুতি পাৱে ॥৭৯ দুষ্ট চিত্তে যদি হৰি হুমৰৈ। তথাপিতো তাৰ পাতক হৰৈ ৷৷ অনিচ্ছাতো যিটো অগনি পোলে* । * দগ্ধ কৰে বিষ্ণু ধৰ্ম্মোতৰ আগমে বোলে ॥৮০ ঘোৰ সংসাৰৰ মুখ্য আষুধি । হেন হৰিনাম এৰি ৰিবুধি ॥ লভিবে মুকুতি কোন উপায় । মিছাত পণ্ডিত ফুৰৈ বোলায় ৮-১ নাৰদে কহস্ত মুনিক মাতি । আশ্চর্য আশ্চর্য্য দেখিয়ো আতি ॥ হৰি হেন নাম আছে বিয়াপি । সংসাৰ ভাগত মৰৈ তথাপি ॥৮-২ /জৰিনামে নামে নামে নিশ্চয়। যোহোৰ জীৱন নাৰদে কয় # কলির কালে আউৰ খাত । নাহি নাহি নাহি গতি লোকৰ নাৰদে দিলন্ত তিনি কতপা+ ৷ দিচাই কোৱা কথা আক নমানিবে কোননো লপা # নাৰদৰ বাণী শিলাৰ ৰেখা । বৃহত নাৰদী বিচাৰি দেখা ॥৮৪ সমস্ত লোকৰ ধৰ্ম্মক এৰি । বিষ্ণুৰ নামক সততে ৰড়ি $ ॥ : উচ্চাৰণ কৰি সিজনে যি গতি লভিবে সুখে । সমস্তে ধাৰ্ম্মিক নপাৱৈ দুখে ॥৮৫ জানিয়া হৰিক সততে স্মৰ । ক্ষণেকো নপাসৰিবাহা নৰ ৷ যত মহাপুণ্য মহাপাতক । ই দুয়ো কিঙ্কৰ জানা প্রত্যেক ॥৮৬ তথাপি যদি চিত্ত নেদা ঠাৰি । পদ্ম পুৰাণত চাট্টা বিচাৰি ৷৷ বৃহত সহস্র নামত আছে। নপাইলে আমাক নিদিবা পাচে ॥৮৭ কহিলা শুকে পৰমাৰ্থ বাণী ৷ মহাভাগৱত শাস্ত্ৰ প্ৰমাণি ৷ নেৰিবা কীৰ্ত্তন দুষ্টৰ বোলে । পৱিত্ৰ কৰা হৰি হৰি ৰোলে ॥৮৮- ঘোষা হৰিয়ো হৰি ৰাম মুৰাৰি । কীৰ্ত্তনৰ নিন্দা সহিতে নাৰি ||৮| চাণ্ডালে কৰিছে হৰিকীৰ্ত্তন । বুলিয়া নিন্দে যিটো জ তাক সম্ভাষণ যিজনে কৰে । আজন্মৰ পুণ্য তেখনে হৰৈ বিষ্ণুৰ গুণ নামে অ্যাজো ধিবা কৰি পাছে।
পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৮৬
অৱয়ব