সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তি-প্রদীপ ইন্দ্র চন্দ্র সূৰ্য্য কুৱেৰ বৰুণ তর্ক বেদাগম জ্ঞান যোগ শাস্ত্রে বায়ু বহ্নি প্রজাপতি । কমলা কাৰ্ত্তিক চণ্ডিকা শঙ্কৰ গণেশ্বৰ সৰস্বতী ॥ পুৰুষক কৰে অন্ধ কোটি কোটি জন্মে মোক নানিবে ইহাত যাৰ প্ৰৱন্ধ ! অশ্বিনীকুমাৰ ধৰ্ম্ম যমৰাজ হেন জানি সখি দূৰতে তেজিয়ো আন যত দেৱ আছে। সিসব মন্ত্ৰৰ চিন্তা । শুদ্ধ হওঁ বুলি সদায় ভ্রমত্ত যেনে মোক পাইবা সদায় শুনিবা ভকতৰ পাচে পাচে ॥ ১২৫ মহা ভাগৱত গীতা ॥ ১২৯ গঙ্গা বাৰানসী কেদাৰ কাবেৰী হেনবা বুলিবা আনকেসে শ্রেষ্ঠ কাশী সিদ্ধ কাঞ্চী সিন্ধু । বাখানা তুমি আপুনি । লুহিত পুস্কৰ ক্ষেত্র পয়স্বিনী উপনিষদৰ মন্ত্ৰে আৰ সাক্ষী কপিল সপতসিন্ধু কৌশকী সোণাৰু সৰ গণ্ডকী আন দেৱ ধৰ্ম্ম আন যত অর্থ আছে। শুদ্ধ কৰিবাক লাগি আপুনাক ভ্ৰমে ভকতৰ পাচে ॥ ১২৬ কতো তাক থাকা শুনি । জানিয়া এৰিয়ো আৰু ৷ না সখি বেদবাক ॥ ১৩০ সবে মায়াময় মোকে মাত্র মন্ত্রে যেন স্তুতি কৰে বোলে তীর্থ দেৱে কৃতকৃত্য ভৈলা যিটো পৰমব্ৰহ্ম পুৰুষ পুৰাণ ভকতৰ পায়া সঙ্গ । সদানন্দ নিৰঞ্জন । আজিসে আমাৰ সাফল জনম ক্ষণেকে জগত স্ৰজে যিটো দেৱ বুলি কৰে মহাৰঙ্গ ক্ষণেকে কৰে উচ্ছন্ন পাঞ্চ বিধ মুক্তি মূৰ্ত্তি ধৰি ফুৰৈ যিটো একমাত্র জগতৰ স্বামী মোক লৈয়ো বুলি বাপ । তাৰ কৃষ্ণ হেন নাম । মোৰ ভকতৰ কতেক কহিবো একলে সকল জগত প্ৰকাশে পৰম পুণ্য প্ৰতাপ ॥ ১২৭ চৰণে তানে প্রণাম ॥ ১৩১ বেদৰ বিহিত কৰ্ম্ম কৰিবাক যাহাৰ মায়াত বিমোহিত আতি ভকতৰ যোগ্য জুই । জগতৰ যিটো দেৱ । যদি মোহ হয়। কৰে কৰ্ম্ম ধৰ্ম্ম ভকত বৎস নিৰ্ম্মল নিশ্চল ভৰুতিত ভ্ৰষ্ট হুই যিটো দেৱতাৰ দেৱ যজ্ঞ দান জপ তপ তীর্থ ব্রত ব্রহ্মাদিকো যিটো চৈত্য কৰাস্ত মহাজ্ঞান যোগবল । পৰম ঈশ্বৰ দেৱ । ৰত্ন মনে কে ভজনৰ সমস্তে প্রাণীক প্রকাশস্তে পাচ্ছে সৰেও পূণ্য বিফল ॥ ১২৮ তাহাকেমে কৰো সেৱ ॥ ১৩২