সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন শুনি ধনঞ্জয় পুছিলা দুনাই ৷ ভকতিসে ভৈল যেৱে মোক্ষৰ উপায় ॥॥ কিমত ভকতি তাৰ কিমত লক্ষণ। কহিয়োক হৌক মোৰ জন্ম নিবাৰণ ॥২৪ কোন বুদ্ধি কৰিবোহে৷ ভকতি তোমাত । কোনবা প্রয়াস আছে কহিয়ে৷ সাক্ষাত ৷ যিটো জনে কৰে আন দেৱত ভকতি। তাৰ কেন গতি হৈবে কহিয়ে৷ সম্প্ৰতি ॥২৫ মোৰ মহাশঙ্কা দূৰ কৰা দেৱহৰি। তুমিসি পৰম গুৰু হৈবা আজি ধৰি ৷৷ শৰীৰক সমৰ্পিলে৷ পাৰত তোমাৰ ৷ গুচায়োক মোৰ মহা অজ্ঞান আন্ধাৰ ॥২৬ দিলস্ত উত্তৰ শুনি কৃষ্ণ কৃপাময়। কহো আরে শুনা সাৱধানে ধনঞ্জয় ॥ মোৰ কথা শ্ৰৱণ কীৰ্ত্তন বিনে আন । নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান ॥২৭ মোৰ জন্ম কৰ্ম্ম মোহোৰেসে গুণনাম ৷ আকেসে কীৰ্ত্তন কৰিবেক অবিশ্রাম ॥ মোৰ কথা শ্রৱণত কৰিবেক ৰতি ৷ আকেসে বুলিয় সখি উত্তম ভকতি ॥২৮ জগতৰে আত্মা ব্ৰহ্মাদিৰো মই দেয়। জানি একচিত্তে মাত্ৰ মোকে কৰা সেৱ মোক এৰি আন একো নভজে দেৱক । সেহি ভক্তি একবারে সমস্তে কৰ্ম্মক ॥২৯ সেছি এক শৰণ ভজন অনুপাম । মুগুনয় জান একো দেৱতাৰ নাম মৰ্য্যভিচাৰিণী তাকে বুলিয় ভকতি। নাহিকে প্রয়াস আত পরে সাথে গতি ॥৩০ কেন শুনি কৃষ্ণত বিনা ধনঞ্জয় । পুনৰপি ভৈল মহা মনত সংশ তোষাত ভকতি কৰি নেৰৈ কাম ক্ৰোধ । সিজে পাপ কৰ্ম্ম কৰে প্ৰাণীক বিৰোগক ৩১ হিংসা। [1168 নেৰৈ হিংসা লৱৈ প্ৰাণ পশু পিম্পৰাৰ । আন দেৱ কিবা অপৰাধী ভৈল তাৰ ॥ হংস ছাগ কাটি পূজিবাৰ কিবা দোষ । ছেদিয়োক দেৱ হৃদয়ৰ অসন্তোষ ॥ 22 বোলস্ত কেশৱে শুনা ইহাৰ উত্তৰ ৷ হৌক নৰ যন্তপি পৰম দুৰাচাৰ । মোকে মাত্ৰ ভজোক নুপুজি দেৱ আন । তথাপি পৰম সাধু সেহি মোৰ প্ৰাণ ॥৩৩ নৰাধয় দোষে তাক তেজিয়ো সংশয় । সত্যে সত্যে দিবো মোক্ষ সখি ধনঞ্জয় | অনাচাৰ কৰি অপৰাধী মোৰ মুহি। আান দেৱ পুজৈ যিটো সেহি মোৰ জোহী !!! মহা যোদ্গাতা যোত পৰে মুহি কেৱ। তথাপিতো তেজি মোক পূজে খান দেৱ ॥ যিটো মহাচ্ছে খাই কুকুৰক মাৰি । তাতো কৰি অপৱিত্ৰ সি সি অহঙ্কাৰী ॥৩৫ দেখি বুৰ দিবে লাগে নাহি জাত ছিদ্র । চণ্ডালৰো অশোচ্য হেন সে অপৱিত্ৰ মই নিজ পিতৃক কৰিল অপমান । ব্ৰহ্মাণ্ডতো নাহি পাপী তাহাৰ সমান ॥৩৬ সেহিলে ৰাক্ষস সেহি পৰম অস্থৰ । অনেক জন্মৰ আছে পাতেক প্ৰচুৰ । তাতেসে অনেক পূঞ্জে কৰৈ বলিদান। মোহোৰ বাক্যৰ সখি লৈয়োক প্ৰমাণ 129 কৰ্ম্মত বিশ্বাস হইবে মুপঞ্জিৰ বোধ। অকাৰণে ভকতক কৰিৰে বিৰোধ মোৰ বেদবাক্যক লঙ্ঘিলে দুৰাচাৰ । নৰকৰপৰা তাৰ নাহিকে নিস্তাৰ ॥৩৮ কেন জানি তুমি তেজিয়োক আন দেৱ । এৰি আন কৰ্ম্ম মোক মাত্র কৰা সেৱ । গান দেৱ ধৰ্ম্মমানে মান্নান দেখা । যোহোৰ ৰচন সৰি পাৰাপৰ ৰেখ