সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গান দেৱগণে জয় ঘোষ কৰৈ হেন বিষৰিষ কৰি প্ৰজাপতি চলি যাস্ত একাকি । দিব্য কমণ্ডলু আনি । এমিতে ব্ৰহ্মা কতোক্ষণে গৈয়া দুয়ো চতকৰ শৰীৰক লাগি দেখিল দুয়ো পক্ষীক ॥৬০৪ মন্ত্রে সিঞ্চিলস্ত পানী ॥৬০৮ আকাশক ঢাকি উপৰত থাকি ব্ৰহ্মাৰ প্ৰভাৱে পক্ষা গুচি দুরো ব্ৰহ্মা বুলিবাক লৈল । তারক্ষণে ভৈলা ঋষি হা উৰে পাপিষ্ঠ কেনে যুদ্ধ কৰ দেখি শুভ শুভ বুলিয়া জোকাৰ সবে সৃষ্টি নষ্ট ভৈল । পাৰৈ সৰে দশোদিশি ব্ৰহ্মঋষি হুয়া ভৈলি তামসিক আনন্দে দুদুভি বাৱৈ দেৱগণে অধমৰ যেন ক্রোধ । কৰৈ মহা পুষ্পবৃষ্টি। অগতৰে মহা শাৰীত পৰিলি ব্ৰহ্মাক বোল তোহ্মাৰ প্ৰসাদে হেনসে দুয়ো অবোধ ॥৬০৫ দুনাই ৰহিলেক সৃষ্টি ॥৬০৯ শুনৰে বশিষ্ঠ শুন বিশ্বামিত্র পাচে দুয়ো ঋষি ব্ৰহ্মাক দেখিয়া এৰ বিসম্বাদ ঘোৰ । ভৈলস্ত লজ্জিত ভাৱ ৷ চিত্তত দাৰুণ উতপাত দিশি অধোমুখ হয়। থাকিল নিচুকি সৃষ্টি নষ্ট ভৈল মোৰ ব্ৰহ্মাৰ নমিয়া পাৱ ৷ প্রতিফল দিবে পাৰে৷ এতিক্ষণে কাহাকো নচা ভৈল উপশাস্ত কিন্তু দিয়া আছে৷ বৰ ৷ গুচিল প্রচণ্ড ক্রোধ । শাতেসে ক্ষমিলো এৰিয়ো বিবাদ আপোনাক দুয়ো গৰিহা কৰস্ত আন্তৰ। দুয়ো সঙ্কৰ ॥৬০৬ আসি ভৈল ব্রহ্মবোধ ॥৬১০. তথাপিতো আতি কৰৈ ঘোৰ যুদ্ধ ব্রহ্মাই খোলস্ত হৰিশ্চন্দ্ৰ ৰাজা দাৰুণ চতক হুই ৷ কৰিল যজ্ঞ বিচিত্র । ব্ৰহ্মাৰ বচন শুনি মুশুনিল তান দান ধৰ্ম্ম পৰীক্ষা কৰিলা ক্রোধত বিশ্ৰুতি হই । ইটো ঋষি বিশ্বামি প্ৰাণৰ আশাক এৰি দুই হস্তে নৃপতিৰ ধৰ্ম্ম লক্ষকোটি গুণ আক্রান্তে কৰে প্ৰহাৰ । ভৈগৈল ইরান গুণি । হেন ভয়ঙ্কৰ সন্ত্রাস দেখিয়া শুনিয়ো ৰশিষ্ঠ এৰিয়োক কষ্ট বিস্ময় ভৈল ব্ৰহ্মাৰ ॥৬০৭ আন্ধাৰ বচন শুনি ॥৬১১ মনে আলোচ্য ইটো ত্ৰিজগত এহি বুলি ব্ৰহ্মা ইংলযানে চৰি ফেনমতে ৰক্ষা পৰে । গৈ ব্ৰহ্ম ভুৱন । যেৱে হয়ো ঋষি যুদ্ধ কৰি মৰে আপুন গৃহত থাকিল সুখে মোহোৰ 'কন, সৰে । পানো সিদ্ধ গ १