সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

82 শঙ্কৰ বাক্যাবৃত নানা বীণা বেণু গন্ধৰে গাৱয় মৃদঙ্গ বঙ্গাৱে সবাৰো মাজত যেন মেকগিৰি গীত । ৰাজাৰ বিমান জলৈ । মুখ্য মুখ্য অপে- স্বৰাগণে কাছি ইন্দ্ৰতো অধিক শ্রীমন্ত ভৈলস্ত আগত কৰয় নৃত্য || প্রতাপে সূৰ্য্যতে৷ বলৈ ॥ কতো যোগায় কৰ্পূৰ তাম্বুল পুণ্যৰ প্ৰভাৱে যতেক ত্রিদশে কতো ঝাস্তে হাত ভৰি ৷ উপাসে ৰাজাক আসি । কতো দুয়োপাশে চামৰে চুলেয় এমিতে হৰি- শ্চন্দ্র থাকি গল মাথে শ্বেতছত্ৰ ধৰি ॥৫০৯ সমস্ত স্বর্গ প্রকাশি ॥৫১৩ অমৃত প্রভৃতি যত দের ভোগ ৰাজাৰ পুণ্যৰ সমৃদ্ধি দেখিয়া আগতে যোগাৱৈ আনি । শুক্রে বুলিলস্ত গুণি ৷ সিদ্ধ মুনিগণে উপাদি যাহন্ত হেন *মাধৰ্ম্ম দানৰ মহত্ত্ব বোলন্ত প্রশংসা বাণী ॥ নৈয়ো দেখি নতো শুনি ৷৷ হেন মহাৰাজা নভৈল মুহিব ৰাজাৰ লগত সমস্ত অযোধ্যা আউৰ পৃথিবীৰ মাজে ৷ আসি পাইলা স্বৰ্গস্থান । কৈত শুনি আছি মনুষ্য শৰীৰে ধৰ্ম্মৰ প্ৰভাৱে হৰিশ্চন্দ্ৰ পুৰী স্বর্গে যায় সামৰাজে ॥৫১০ ভৈগৈল স্বৰ্গ সমান ॥৫১৪ এমিতে ৰাজা আনন্দ উৎসৱে নমো হৰি পদ পঙ্কজ যুগল পাইলস্ত স্বৰ্গৰ কোল ৷ যাক যোগী কৰে ধ্যান । নৃপতিক দেখি স্বর্গবাসী লোকে শঙ্কৰ বদতি ভৈল সমাপতি কৰে জয় হৰি ৰোল ৷ হৰিশ্চন্দ্ৰ উপাখ্যান ৷ সাধু সাধু হৰি- চন্দ্ৰ নৃপৰৰ কৃষ্ণৰ চৰণ সংসাৰ তৰণ জগত ব্যাপিল যশে । প্ৰণামো সহস্র বাৰ । যারে চন্দ্রসূর্য্য থাকিল প্রিয়াতি কৃষ্ণৰ কিঙ্কৰে ভণিলা শঙ্কৰে প্রশংসে বেঢ়ি ত্রিদশে ॥৫১১ দুলড়ী ছবি পয়াৰ ॥৫ ১৫ হৰিশ্চন্দ্ৰ ৰাজা মহা পুণ্য বলে শুনা সৰ্ব্বজন কৰি এক মন প্রজাক নিলে উদ্ধাৰি ৷ মাধৱত দিয়া মতি । নগৰ আকাৰ কৰিয়া বিমান হৰি বিনে আন মায়াময় জানি খাপিলস্ত শাৰী শাৰী ৷ কৰিয়ো হৰি ভকতি ॥ থাক যেন যোগ্য বসাইলা স্বৰ্গত ইটো কলিযুগে নাহি মন গতি ৰৈলা কত দূৰ জুৰি ৷ বিনে মাধৱৰ নাম । দন্তাপি স্বৰ্গত দেখিয় প্রত্যেক ছেল! পৰিহৰি পুৰুষ উদ্ধাৰি নামে হৰিশ্চন্দ্ৰ পুৰী ॥ ১২ ডাকি বোলা ৰাম ৰাম ॥ ৫১৫