পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত পদ–নিল তনু পীতপট ধতি-লটি লোৰ। নব ঘন ঘন জৈচে বিযুৰি উজৌৰ। সিবে সিখওঁক ডোলে, গলে গজমতি। কোটি মদন মন মোহন মুৰুতি॥ চৰণে মঞ্জিৰ ফুৰে, উৰে হেম ও হাৰু। শঙ্কৰ কহ ওহি হৰিক বিহাৰু ২৫! কৰতেৰে-কৰে। পঞ্চনীল। গোপমেলি- গোপসকলে লগ লাগি। পীত-পট-হালধীয়া পাট কাপোৰ। টি-ধুতি, চুৰিয়া। লটি-চুচুৰি যায়। লোৰ মুঠা, কোচ।। উজোৰ- উজ্বল, চিকিমিকি। যৈচে-যেনে। নীল তনু-বিজুলী উঝৰে-নতুন, মেঘত বিজুলীৰ চিকিমিকিৰদৰে নীলা শৰীৰত চুচুৰি যোৱা হালধীয়া পাটৰ চুৰিয়াৰ থোৰ। ৰাগ-শ্ৰী : ধ্ৰুং-উদ্ধৱ চলন্থ গোকুলে নাই। হামু বিনে গোপীৰ ভিলেকে যুগ জাই। পদ-হামু ছিত্ত বিত্ত নিত, হামাকু ধিয়ানা। ধৰল বিযোগে গোপী কথমপি প্ৰাণ।। হামকেষে আসে গোপী, জিয়ে সমুদাই। বহুৰি আৱৰ কৃষ্ণ ভেটব দুনাই।