পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত কেয়ুৰ কঙ্কন কৰে, উৰে বনমালা লুলে | মধুৰ মধুপ মধু ভোলে। কটি কাঞ্চি কিকিনি, বাঝত ঋণি ঋণি। স্যাম ভঙ্গু সোভে পিত বাসে। বাম কাখে সিঙ্গা বেত, অৰুণ পঙ্কজ নেত্ৰ | কণ্ঠ কৌস্তুভ পৰকাসে।। তৃভঙ্গ ললিত হাস কৰু হৰি ধ্ৰুব ভাস, দৰসিয়া লিল। বিলাসে। চৰণে মঞ্জি ঝৰে, উচ্চায় পঞ্চম পুৰে | শঙ্কৰ কহ অভীলাসে ২৪। ৰ বায়—বায়। মধুপ—এমন। মধুভোলে–মো পিবলৈ পাইৰে। উৰে বনমালা ••• মধুতেলে-বনমালা ওলমি পৰিছে; ভোমোৰা মৌৰ আশাত তাত পৰিছে কিন্তু কৃষ্ণঃ ৰূপত মোহ গৈ মধু পিবলৈ পাহৰিছে। কাপি—মেখলা; ককালৰ হাৰ (ওপৰত দেখা)। কিঙ্কিনী—দু গুৰা; গুৰাৰ মালা (ওপৰত দেখা)। বাজ-বাজে। কামে-ককালত। অৰুণ পঙ্কজৰঙা পদ্মা। ললিত- সুন্দৰ। ক-কৰে। ৰভাস -চেলাউৰিৰ শোভা। লীলা বিলাসে - অঙ্গি ভঙ্গিৰে। চৰণে...পঞ্চম পৰেচৰণহ নপুৰে শব্দ কৰে; উচকৈ পঞ্চম সুৰত গীত গায়। ৰাগ-আসোৱাৰি। ধ্ৰুং-বালেক গোপালে কৰতৰে কেলি। উচ্চয় পাঞ্চনি নাছে, হাসে গোপ মেলি।