পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত মনি কৌস্তুভ কণ্ঠত লুলে। চাৰু সিৰে সিপক ডুলে। নি অলক লোল $ কপোলে। কৰ্ণত মকৰ কুণ্ডল ডোল। ভুক্ত কঙ্কন ৰঞ্জে কেয়ুৰে। কটিত কনক কিঙ্কিনি ঝৰে। পদ পঙ্কজ মঞ্জিৰ ৰেলে। কৃষ্ণ কিঙ্কৰ শঙ্কৰে বোলে ২৩। পূৰে-বজায়, ধৰে। মুৰী--বাহী। অভিনব –অপূৰ্ব। ঘনকলা-মেঘৰ দৰে খান বৰ্ণ। লুলে-উৰে=অলমি হালি জালি থাকে। কধুগল-শঙ্খৰদৰে তিনটা ৰেখা থকা গল। এক –কেকোৰা চুলি। মঞ্জীৰপুৰ। বেলে—শব্দ কৰে। গজমোতি-গজমুক্ত; হাতীৰ কুম্ভত পোৱা মুক্তা। ২৪ ৰাগ —আষোৱাৰি। --আনন্দে গোবিন্দে বায় বৃন্দাবনে বেণু। ৰুপে ভুবন ভুলে, ৰহিয়া কদম্ব মুলে, কালিন্দি তীৰে ৰাখে ধেনু॥ পদ-গোপ সি সঙ্গে চলে, সিৰে সিখণ্ডক ভুলে, কৰ্ণে কুগুল গণ্ড লোলে। পাঠাইৰ :- 1 লুল।