পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ বৰগীত ৰাগ-গৌৰী। –ওৰে সখি পেখোৰে; কঞ্জলোচন চললি নন্দ কুমাৰা। ইন্দু বদন, কোটি মদন; ৰূপে তুল মুহি জাৰ। পদ-মকৰ কুণ্ডল; মণ্ডিত গণ্ড; গলে গজমতি লুলে। তৰিতাম্বৰ, স্যামসুন্দব; সিৰে সিখণ্ডক ভুলে।। কৰকঙ্কন, কিঙ্কিণ কনক; ঝনকে চলে গোপাল।। পঞ্চম পুৰে, লম্বিত উৰে; কেলি কদম্ব মালা। পদ পঙ্কজ, মঞ্জিৰে ঝুৰে : হয় চিত্ত হামাৰু, শঙ্কৰ কহ, ছাড় বিৰহ; ওহি জগ আধাৰু॥২॥ পেখ-চোৱা। ক-পদ্ম। ইন্দুবদন—চন্দ্ৰৰ দৰে শুৱনি মুখ। গণ্ড-গাল। লুলে-ওলমি পৰে। তড়িতাম্বৰ-(তড়িত-বিজুলী, অম্বৰ-বস্তু) বিজুলীৰ চিকি মিকিৰ দৰে কাপোৰ। শিখণ্ডক-1’ৰাৰ পাখি। কিঙ্কিনি কনক-সোণৰ ঘুগুৰা। কনকে-ঝুন ঝুন শব্দ কৰি। পঞ্চম-ভাৰতীয় স্বৰৰ পঞ্চম সুৰ; কোকিলে এই সুৰ উলিয়ায় বুলি কয় (“কোকিলো বৌতি পঞ্চমং” নাৰদ) পঞ্চম পুৰ-ৰাহীত পঞ্চম সুৰ গায়। মৰি-নুপুৰ। ঝুৰে-ঝুন ঝুন কৰে! আধা-আধাৰ, আশ্ৰয়। ৰাগ মাউৰ বনশ্ৰী; ধ্ৰুং-গোপিনি প্ৰাণ, কাহানু * গেয়োৰে • গোবিন্দ। হামু পাপীনি পুনু, পেখব নাহি আৰ, সেহি বদন অৰবিন্দ।