পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
বৰগীত

১৮


ৰাগ-ধনশ্ৰী।


ধ্ৰুং –মন মেৰি ৰাম চৰণহি লাগু।
তই দেখনা অন্তক আগু॥
পদ-মন আয়ু ক্ষেণে ক্ষেণে টুটে।
দেখো প্ৰাণ কোন দিন চুটে॥
মন কাল অজগৰে গিলে।
জান তিলেকে মৰণ মিলে॥
মন নিছয় পতন কায়া।
তঞি ৰাম ভঞ্জ তেজি মায়া॥
ৰে মন ই সব বিসয় ধান্ধা।
কেনে দেখি নেদেখস আন্ধা॥
মন সুখে পাৰ কৈছে নিন্দ।
তুসি * চেতিয়া চিন্ত গোবিন্দ॥
মন জানিয়া সঙ্কৰে কহে।
দেখো নাম বিনে গতি নাহে॥১৮॥

 লাগু-লাগ; আশ্ৰয় ল। অন্তক-যম। অণ্ড-আগত। ছুটে-ওলাই যায়। পতন কায়া-শৰীৰ পতনশীল। আন্ধা-অন্ধ। সুখে পাৰ কৈছে নিন্দ-সুখত কেনেকৈ টোপনি মাৰিছা অৰ্থাৎ মায়াত কিয় মুগ্ধ হৈ আছা। চেতিয়া-চিত্তত।


পাঠান্তৰ:- * তই।