পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত ১৪ তাকৰ-তাক। ছোড়াইতে-এৰাবলৈ। স—সামৰ্থ। থিক-হয়। গুৰুৱা—অত্যধিক। ৰাগ—শ্ৰী। —গোপালে কি গতি কৈলে; গোবিদ কিমতি দিলে; নাথ বিকলে বয়স সব গেলিৰে। পদ-এভব গহন বন; অতি মোহ পাসে ছন্ন; | তাতে হামু হৰিণা বেড়াই। ফান্দিলো • মায়াৰ পাসে; কাল ব্যাধে ধায়া আসে; কাম ক্ৰোধ কুত্তা খেদি খাই। হৰাইল + ছেতন হৰি; নজানো কিগতে তবি; গুণিতে দগধ তৈল : জীৱ। লোভ মোহ দুহে। বাঘ; সততে নছাড়ে লাগ; | ৰাধু খু সদাসিৱ।। পলাইতে নেদেখো সন্ধি; দিনে দিনে দৃঢ় বন্দী; ভৈলো মন্দ মনেৰ যুগুতি। তুৱা হৰি লাগু গোড়; মোৰ মায়াপাস চোড়। শঙ্কৰ কৰয় কাকুতি। ১৬। বেড়ায়-ফুৰে। দলিলো -ফালত পৰিলো। কলব্যাধে-কালস্বৰূপ। চিকাৰীয়ে। সায়া আসে-খেদি আহে। সন্ধি -বাট, উপায়। গোৰ-গোৰোহা, চৰণ। ঠান্তৰ :- * ফাশলে; 1 হৰাইলো।। ভেলি।