পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত ১৩ ৰাগ-বসন্ত। —কৈছে নৰহবি, তৰণ উপাই'। নাস সকল কৈলে। বিসয় লোভাই। পদ—অথিৰ জিৱন ধন জোৱন দেৱ। সুহৃদ সোদৰ সুত কিছে নোহে কেৱ। পেশিতে অমীয়া ৰষ বিস পবিনাম। তথীয়ে মজাইলো মন মেৰি ৰাম। নিৰমিল বিস বিষু কামিনি লোহ। তাসু পৰল মেৰি এমন মোহ। তাকৰ চোড়াইতে সখ নাহি থক। গৰুয়া মনোৰথ বাঢ়লি ধিক। যনমে যনমে হামু দাষকু দাষ। কেশৱ সব। চোড় মোহ পাস। সমনক লাই জিৱ বড় ডোৰ। শঙ্কৰ কহ হৰি সেৱক তোৰ।১৫৷ কৈছে –কেনেকৈ। লোভায়- লোভত; লোভ কৰি। পেখিতে-দেখোতে। পৰিণাম-কৰ্ম কৰাৰ পাছত, শেষত। নিৰমিল-জলে। বিধু—বিষফল, পকিলে ধুনীয়া ৰঙা হয়। তাক ওঠৰ লগত তুলনা কৰা হয়; যেনে - বিদ্বোৰ্ছ। কামিণী—তিৰোতা। লোহ-লোভ। তা-তাতে। পাঠান্তৰ :- অব।