পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত কৃষ্ণ কিঙ্কৰ; শঙ্কৰ কহ; বিচুৰি বিসয় কাম। ৰাম চবনে; লেহু সৰন; জপ গোবিন্দক নামা ৫৯ ৰনয়াম। কোই-কোনো। মকৰ-পুষ্প-মধু। মোইমেৰ তীৰিথ-তীৰ্থ। বুগুতি-যুক্তি, তৰ্ক। জপ-আন দেৱ দেৱীৰ বীজ জপ। পৰম কৰত-পৰম ধৰ্ম কৰ্ম কৰে। জনয়—পৰিয়াল। ছাড়ং-এ। বন্ধ-ধান্ধা। বিচুৰি-এৰি।। ৰাগ-গৌৰি। ব্ৰং—সেই সোই; ঠাকুৰ মোই; জো হৰি পৰকাস।। নাম স্মৰত; ৰুপ ধৰত; তাকেৰি হামু দা। পদ-পণ্ডিতে পঢ়ে • সাস্ত্ৰ মাত্ৰ; সাৰ ভকতে লিজে। | অন্তৰ জল; চুটয় কমল; মধু মধুকৰ পিজে। জাহে ভকতি; তাহে মুকুতি; ভকতে এতত্ব জানা। জৈছে বণিক; চিন্তামণিক; জানি গুণ বখানা। কৃষ্ণ কিঙ্কৰ; শঙ্কৰ কহ : ভজ গোবিন্দক পায়ী। সোহি পণ্ডিত; সেহি মণ্ডিত; যে হৰি গুণ গায়ী॥১• সেই—সেইজন। ঠাকুৰদেৱতা, প্ৰভ। মোই-মোৰ। যো-ঘিজন। সোই.••ৰূপ স্মৰত-বিজনে হৰি কথা প্ৰকাশ কৰে, হৰিৰ ৰূপ ধাৰণ। কৰে আৰু নাম স্মৰণ কৰে তেওঁৰেই মই দাস বা গোলাম। হামু-মই। লিজে-লয়। পিজে-পিয়ে, পান কৰে। অশুৰ জল-অৰ্জল, হল- পাঠান্তৰ:- * পটুয় -