পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত ৮ ৰাগ—তথ।। ঐং-বোলহু ৰাম নামেসে মুকুতি নিদানা। ভৱ বৈতনি; তবনি সুখ সনি; নাহি নাহি নাম সমান। পদ- নাম পঞ্চান; নাদে লাৱত; পাপদন্তি ভয় ভিত।। বোলিতে এক; শুনিতে শত নিবে; নাম ধৰম বিপৰিত। বচনে বুলি ৰাম; ধৰম অৰথ কাম; মুকুতি সুখ সুখে পাই। সবকহো পৰম; সুহৃদ হবি নাম; চুটে অন্তকেৰি দায়ী। নাৰদ শুকমুনি; ৰাম নাম বিনি; নাহি কহল গতি আব। কৃষ্ণ কিৰে কয়; চোৰ মায়াময় : বাম পৰম তত্ত্ব সাৰ॥৮ নিদানা-নিদান, প্ৰথম কাৰণ। তৰণি-তৰণ, পাৰ হোৱা। সৰণি- পথ, বাট। তৰণি সুখ সৰণি -সুখেৰে তৰণৰ পথ বা উপায়। পঞ্চানন -সিংহ। নাদ—ব্দ। দণ্ডী-হাতী। নিতৰে-নিস্তাৰ কৰে। শত নিতৰে-চৈধ্য পুৰুষ উদ্ধাৰ কৰে। অন্তকেৰি—অন্তকৰ, যমৰ। | বাগ-গোৰি। ধ্ৰুং-নাহি নাহি; ৰময়া বিনে; ভাপ অবক কোই। পৰমানন্দ; পদ মকৰন্দ; সেৱই মন মোই পদ—তিৰীথ ত; তপ জপ; যাগ যোগ যুগুতি। মন্ত্ৰ পৰম; ধৰম কৰম; কত নাহি মুকুতি! মাতু পিতু; পতনি নয়; জনয় সব মৰনা। চাহু ধ; মানন অন্ধ; ধৰ হৰি চৰণা।