পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৵৹

নামে এটি ধনৰ পুজি তৈয়াৰ কৰিছোঁ। এই ভৰালৰ পৰাই পোন প্ৰথমে এই বৰগীতখনি ছপা কৰা হল। “শ্ৰীমদ্ভাগৱত ভৰালত” প্ৰথম দান দিওঁতা শ্ৰদ্ধেয় বন্ধু শ্ৰীযুত ৰাজ মোহন নাথ; তেখেত আৰু আন আন সহৃদয় সাহিত্যানুৰাগী দাতা বন্ধুসকললৈ ইয়াতে কৃতজ্ঞতা জনালোঁ।


নলবাৰী
৪৯৭ শঙ্কৰাব্দ

ৰাইজৰ সেৱক—
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা।