পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২২ শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণৰ অদ্ভুত প্ৰতিভাত বাজে আন কাৰে চিন্তাশক্তিয়ে ধুকি পোৱাটো সম্ভৱপৰ নহয়। গতিকে, সকলোৱেই অতি ব্যাকুল আৰু সন্দিহান চিতেৰে ভগৱান কেশৱৰ চেষ্টাচৰিতৰ প্ৰতি লক্ষ্য কৰিবলৈ ধৰিলে। (১) (১) কিন্তু, কৃষ্ণানন্দস্বামীকৃত গীতাৰ্থসন্দীপনী মতে, অৰ্জুনৰ ৰথ দুয়ো সেনাদলৰ মাজত অৱস্থিত কৰাৰ হেতুকে পাণ্ডৱ পক্ষীয় কেৰে ভগৱান শ্ৰীকৃষ্ণক দেখা নাপাইছিল; কৌৰৱ পক্ষে ভগৱান শ্ৰীকৃষ্ণক সমুখতে পাইছিল সঁচা, কিন্তু অৰ্জুন যে প্ৰাণসখি ভাৱে নেদেখি শক্তভাৱে দেখিছিল। গতিকে, সত্বগুণৰ অভাৱত কৃষ্ণকৃত গীতা ব্যাখ্যানৰ মৰ্থ সিবিলাকে উপলব্ধি কৰিব নোৱাৰিছিল, আৰু অৰ্জ্জুনে ৰণ নকৰে বুলি বহা দেখি সিবিলাক আনন্দিত হৈছিল; মাখোন, সঞ্জমে সাজান নেৰে উপলজিকৰি ইয়াৰ তথ্য অৰজা ধৃতৰাক জনাই আছিল।