পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামকৃষ্ণৰ মহাপ্ৰয়াণ। ৩৭ ইহকালৰ শেষ-বিদায় গ্ৰহণ কৰিলে। দ্বাৰকেশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণক বিদায় দি, মৰ্ত্যৰ অমৰাৱতী বৰাৱতী ৰিত অৱনতী হল। তিনি-অহোৰাত্ৰৰ অন্তকালত, শ্ৰীকৃষ্ণ উলটি প্ৰভাস-তীৰ্থত উপনীত হলহি। অনুজ শ্ৰীকৃষ্ণ আহি পাওঁতেই অগ্ৰজ ৰামৰ মুক্তিযোগ সমাপন হোত, সেইক্ষণতে তেওঁ ইচ্ছাপ্ৰয়াণ কৰিলে। তাৰ পাচত, সৰস্বতী নৈৰ পাৰত (১), এজুপি কোমল কুঁহিপতীয়া আহঁত গছৰ গাত আউজি, পদ্মাসন পাতি, শ্ৰীকৃষ্ণ স্বয়ং মুক্তি-যোগাসনত বহিল। ভগৱন্ত শ্ৰীকৃষ্ণৰ বিশুদ্ধ সত্বশ্বৰূপ শ্যাম কলেৱৰ আৰু নিমিলিত আয়ত্তলোচনে জগত উদ্ভাসিত কৰিলে (২)। ইতিক্ষণতে সাৰথি দাৰুকে, উলটি আহি, (১) অদ্ৰাক্ষমেকামীণং যিচিম্বন দয়িতং গতিং। শ্ৰীনিকেতং সৰস্বত্যং কৃতকতমকেতন। শ্ৰীমদ্ভগৱত, তৃতীয় স্কন্ধ, ৪ৰ্থ সংখ্যা, ষ্ঠ শ্লোক। (২) শ্যামাবদাতং বি এন্তাগলোচনং। দোভিতুৰ্ভিৰ্বিদিতং পীতকৌশাম্বৰেণ চ। শ্ৰীমভাগৱত, তৃতীয় স্কন্ধ, ৪ৰ্থ অধ্যা, ম শ্লোক। (ক) এয়ে ইচ্ছাকৃত মহাপ্ৰয়াণৰ আদৰ্শ। (খ) কোনো-কোনোৰ কল্পনামতে, যদুবংশধ্বংসৰ পাচত, বৈৰাগ্য উপস্থিত হোৱাত, শ্ৰীকৃষ্ণই হাবিয়েবননিয়ে উদাস ভাবত বিহাৰ কৰি ফুৰি এখন বৰ- হাবিৰ মাজত বিভোল হৈ বহি থাকোতে, জৰা নামৰ এটা ব্যাধে তাতে তেওঁক মৃগ বুলি ভাবি শৰবিদ্ধ কৰি ৰধ কৰে। (গ) কোনো-কোনো টাকাকাৰৰ মতে, এ ব্যাধ নয়, এ ব্যাধি হে। শতাধিক বছৰ দীৰ্ঘায়ু ভোগ কৰি, আৰলৰ বুঢ়াকালত জৰান্ত হৈ শ্ৰীকৃষ্ণ পঞ্চবঘাপ্ত হয়। (২) কিন্তু, আমাৰ মত মাগৱতৰ তৃতীয় স্কৰ ৪ৰ্থ আধ্যাৰ ষ্ঠ কৰ লগত যে মিলে। ভগৱন্ত শ্ৰীকৃষ্ণক এ ব্যাধেও বিধিৰ পৰা নাই, এ