পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যদুবংশ ধ্বংস। পলুৱাই পিবলৈ ধৰিলে। সেই দৰে বিস্তৰ ভোজন আৰু অপৰিমিত পানৰ অন্তত আটাইবিলাক ক্ৰমাৎ ফটিকাৰ গীত টলিবলৈ ধৰিলে। মাথোন ৰামকৃষ্ণ অটল অচল ধীৰ স্থিৰ আৰু চিন্তাযুত হৈ একা- যৰীয়াকৈ ৰল। তাৰ পাচত, বাণী ফটিকা পানৰ অপৰিহাৰ্য্য ফল ফলিয়াবলৈ ধৰিলে। ৰাগীৰ জালত জ্ঞান-বুদ্ধি-চেতনা হেৰুৱাই মতলীয়া যাবগুণে পৰস্পৰ বিবাদ বান্ধি লৈ মৰামৰিকটকটি কৰিবলৈ ধৰিলে (১)। সাতকি, প্ৰদ্যুম, কৃতবৰ্মা, অনিৰুদ্ধ প্ৰমুখ্যে অন্যান্য বিবিধ ফৈদৰ দৰবৃন্দৰ মাজত তুমুল সংগ্ৰাম লাগি উঠিল সদৌশেহত ৰাম, কৃষ্ণ, দাৰক আৰু বজ্ৰ (২) এই চাৰিত বাজে সমবেত (১) পোপ্ৰথমেই শ্ৰীকৃষ্ণৰ অগ্ৰগণ্য প্ৰিয়শিষ্য মহাজ্ঞানী মহাৰথ সাত্যকিয়ে কল পাতি লয়। তেওঁ পোনেই কৃতবৰ্মাক মৌখিক আক্ৰমণ কৰে। কুৰুক্ষে সামৰণৰ পিচ-ৰাতি তেওঁ অমা আৰু কৃপাচাৰে সৈতে লগ লাগি চৌৰ-বৃতিৰে পাণ্ডৱ শিবিৰত প্ৰৱেশ কৰি দ্ৰৌপদীৰ পাচ পুত্ৰ আৰু পাফল কোৱৰ ধৃষ্টদ্বয়ক নীৰে বধ কৰাৰ বাবে তেওঁক সাত্যবিয়ে ককৰ্থনা কৰিবলৈ ধৰে। সেই ফলত প্ৰম কোৱৰ সাত্যকিৰ কলীয়া হয়। শেহাত, ফল পকি উঠিলত, যেতিয়া সাত্যকিৰে কৃতবাক বধ কৰে, তেতিয়া কৃতাৰ ফলীয়া আনবিলাকে লগ লাগি সাত্যকি আৰু প্ৰক বধ কৰে। পিতৃ প্ৰদ্যুম্বক বধ কৰা দেখি পুত্ৰ অনিক কোৰে লন্ত চিত জপি দিয়াৰ দৰে, সেই ফলৰ মাজত সোমাই পিভূৰৈৰী পলক বিনাশ কৰি আলি দিলে। তাৰ পাত, বাগীৰ জালত দলাদলি ঘটি বাকীবিলাকৰ মাজতত মৰামৰি হবলৈ ধৰিলে। ইত্যাদিকৈ দৰবৰ্গৰ মাজত তুমুল সংগ্ৰাম লাগি গল। (২) বত্ৰ কোৱৰ শ্ৰীকৃষ্ণৰ পৰিতি; তেওঁ প্ৰদ্যমনশন অনিৰুদ্ধৰ ঔৰসত নোণিতপুৰৰ (আধুনিক অসমৰ তেজপুৰৰ) জীয়াৰী উদেবীৰ গাত পুত্ৰ। যদুবংশ ধ্বংসৰ পাচত, যদ্ৰ কোৱঁৰেই শেহতীয়া যদুবংশধৰ বয়গৈ। এপিতামহী কত্মিণীদেবী সৰস্বত বস্ত্ৰ কোৱৰৰ অভিগুৰি বিদৰ্ভ নগৰত বা অমলো শদিত ওলাহি।