পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবে। পাৰ শ্ৰীকৃষ্ণবিনে আনে দেখা নোপোৱত পৰিল। প্ৰত্যুৎপন্নমতি শ্ৰীকৃষ্ণদেৱে বাহুল্য বুজনিৰে সৈতে আসন্ন ক্ষণত সময় নষ্ট কৰা অনুচিত বিবেচনা কৰি, মাথোন অৰ্জুনৰ দ্বাৰাই কবিধ প্ৰতিজ্ঞা কৰাই যুধিষ্ঠিৰক শান্ত কৰি পুনৰপি তেওঁৰ আজ লৈ, অনতিপলমে অৰ্জনক ৰণত প্ৰৱেশ কৰাবলৈ উপায় চিন্তা কৰিলে। ইতিমধ্যত, কক ৰখ নকৰাকৈ শিৰিৰলৈ উলটি অহা বাবে যুধিষ্ঠিৰে অৰ্জনক বিস্তৰ ককৰ্থনা কৰিবলৈ ধৰিলে। তেওঁ নিৰাশ হৈ, এনে অসহনী কথা কবলৈকো বাকী নাৰাখিলে যে, কৰ্ণলৈ যদি অৰ্জুনৰ ইমানেই ভয়, তেন্তে মহাধনু গাণ্ডীৱৰ অপযশ আনিলে কিয়?—তেওঁ গাণ্ডীৰ এৰিবলৈ অযোগ্য হৈছিল যেতিয়া, সেই দুৰ্জয় ধনু শ্ৰীকৃষ্ণৰ হাতলৈ পাৰ কৰি, তেওঁ উলটি শ্ৰীকৃষ্ণৰ সাৰথি হোৱা উচিত আছিল। বুধিষ্ঠিৰৰ প্ৰলাপতুল্য এনেকুৱা অষথা ককৰ্থনা অৰ্জনে ধৈৰ্য্য ধৰি বিস্তৰ সহিলে; কিন্তু শেহৰ কু-বাক্য কেইফাকি তেওঁলৈ নিতান্ত অসহনীয় হল,অৰ্জুনে অদম্য ক্ৰোধত অধীৰ হৈ ফাকৰপৰা তৰোৱাল উলিয়াই লৈ, যুধিষ্ঠিৰৰ শিৰচ্ছেদ কৰিবলৈ উদ্যত হল (১)। এনেতে, শ্ৰীকৃষ্ণই অৰ্জুনৰ হাতত ঠাপ মাৰি ধৰি, সেই অপঘাত ব্যৰ্থ কৰি, উপস্থিত আপদৰপৰা পাৰক ৰক্ষা কৰি, অৰ্জুনক সময়গাপযোগী বুনি দিৰলৈ ধৰিলে। শ্ৰীকৃষ্ণৰ বুজনিত অৰ্জুন কান্ত আৰু শান্ত হল। কিনে, শুকনক অপমানসূচক বাক্য প্ৰয়োগ কৰাতেই তেওঁক কৰাৰ তুল্য হল, আৰু তদ্বাৰাই অৰ্জুনৰ গাঞ্জীৱ নিন্দাবাদ শ্ৰৱনজনিত (১) আৰু গাখীৰ পৰিহাৰ কৰিবলৈ বেয়ে , তেওঁ লিকে ভাৰ শিৰৰোটো অৰ্শনৰ জীপ্ৰতি আছিল। গতিতে যুধিষ্ঠিৰৰ ভিতৰত সেই কথা প্ৰয়োগ কৰাৰ হেতু, অৰ্জনে তেওঁৰ শিৰলে কৰিবলৈ