পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহামতে খৃষ্টদ্য, ভীষ, নকুল, সহদেব, সাতকি প্ৰভৃতি বিচক্ষণীয়। সেনাপতিসকল সসৈঙ্গে শত্ৰুপক্ষৰ ওপৰত পৰ-পৰা হৈ গ বলি। এই যাত্ৰাত স্বয়ং যুদ্ধকৰ্ত্তা যুধিষ্ঠিৰেও শৰ-ধনু ধৰি ৰণত এৱেশ কৰিলে। দুয়োদলৰ মাজত ঘৰতৰ ৰা আৰম্ভ হল। আৰম্ভণত ভীমসেনৰ হাতত ভালেমানে কৌৰৱ পৰ্কীয় বহু বছৰীৰ ৰণত পৰিল। তাৰ মাজত সেনাপতি কৰ্ণকুমাৰৰ এজন। পুত্ৰৰ পতন দেখি, কবীৰে বিষম আক্ৰোশেৰে পাণ্ডৱৰ মূলকে নাশ কৰিবৰ উদ্দেশে যুধিষ্ঠিৰক আক্ৰমণ কৰিলেগৈ। দুইৰৰ মাজত তয়াময় ৰ লাগিল। পোনতে কৰ্ণৰ আক্ৰমণে স্থিৰযোদ্ধা যুধিষ্ঠিৰক টলাৰ নোৱাৰি নিজে উফৰি উভতি পৰিছিল; কিন্তু মহাবীৰ কৰ্ণৰ আগত সৰপৰলৈ আত্মচন্তালন কৰাটো মৃদুযযাদ্ধা যুধিষ্ঠিৰৰ পক্ষে সম্ভৱপৰ নহল, তেওঁ কৰ্ণৰ হাতত সম্পূৰ্ণ পৰাভৰ মানিলে; কৰ্ণই তেওঁৰ গৰ্ভধাৰণ মাত্ কুম্ভীদেৱীৰ ওচৰত ইতঃপূৰ্বে প্ৰতিশ্ৰুত হোৱালৈ অৰণ কৰি তেওঁক প্ৰাণে মাথোন এৰি দিয়াত, যুধিষ্ঠিৰ লজ্জিত, অপমানিত আৰু মৰ্মান্তিক হৈ শিৰিৰলৈ উলটিল। এই দৃশ্য সৰ্বদৰ্শী শ্ৰীকৃষ্ণৰ দৃষ্টিত পৰা মাত্ৰকে তেওঁ ততালিকে অৰ্জুনৰ ৰথ আনি কণমুখীয়া কৰি দিলে, আৰু যুধিষ্ঠিৰৰ সংবাদ আনিবলৈ ভীসনক পাচিলে। শোন্মত্ত ভীমসেন ৰণ এৰি যাবলৈ অশান্তি হল। গতিকে অনতিপন কৃষ্ণাৰ্জুন স্বয়ং মুজা যুধিষ্ঠিৰৰ সমীপত উপস্থিত হলগৈ। একই যি আশঙ্কত ততালিকে ৰ এৰি শিৰিৰ প্ৰৱেশ কৰিছিল, ঠিক সেই আশা কাৰ্য্যত কলিয়াবলৈ ধৰা দেখিলেগৈ। ধৰ্মযুধিষ্ঠিৰে। অপমান আৰু ধিক্কাৰ ঢাকিৰৰ উদ্দেশ্যে সিমানতে কুৰুক্ষেত্ৰহাৰ সামৰি আছি, একান্তে পৰাৰ স্বীকাৰ কৰিবলৈ আগ দিলে। গতিকে, নতুনকৈ এটা মহা সময় উপস্থিত হল। এই সব