পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদগনিয়ে দুৰ্যোধনক পুন উদ্দীপ্ত কৰিলে। নুমাও মাও হোৱা (১) ৰণাগ্নি পুনৰপি অলি উঠিল। আপদৰ বন্ধু শকুনিৰ যুক্তি আৰু পৰামৰ্শ গ্ৰহণ কবি, দুৰ্বোধনে বিশেষ আয়োজনেৰে বৰ ধুমধামকৈ কৰ মহাৰীৰক কৌৰৱ পক্ষ খাই সেনাপতিত্বত বৰণ কৰি, পুনৰপি ৰণ আৰম্ভ কৰিবলৈ আদেশ দিলে। কৰ্ণই যথা সমাদৰে সেই নেতৃত্বৰ গুৰুতৰ ভাৰ গ্ৰহণ কৰি, পৰম উলাহেৰে ৰণনেতাৰ বাৰ গ্ৰহণ কৰিলে গৈ; তেওঁৰ নিজৰ দিহামতে যোগ যথাযথ স্থানত ৰণৰ অৰ্থে সাজু হলগৈ। তাৰ নিদৰ্শনৰূপ কোৰৰ শিৱিৰৰ উলাহ-আনন্দৰ জয়ধ্বনি চৌদিশে ব্যাপ্ত হৈ পৰিল। মৃয়মা কৌৰৱ শিবিৰত আকৌ আচম্বিতে আনন্দৰ জয়ধ্বনি উঠাত পাণ্ডৱ শিৱিৰত আকৌ আতঙ্ক উপস্থিত হল। ৰণকৰ্তা যুধিষ্ঠিৰৰ আজ্ঞামতে, পাণ্ডৰপক্ষও অনতিপলমে ৰণলৈ সাজু হল। আক, তেওঁৰ আদেশ অনুসৰি, অৰ্জ্জুনে তেওঁৰ সাৰথি শ্ৰীকৃষ্ণৰে সৈতে পৰ্যালোচনা কৰি, অৰ্দ্ধচন্দ্ৰ ব্যুহ ৰচনা কৰিলে। তাত এই অনুক্ৰমে পাণ্ডৱ যোদ্ধা নিয়োজিত হল—যেনে, বুহৰ সোঁ-চূড়ত ষ্ট, বাওঁ-চুড়তি ভীমসেন, পিঠিভাগত নকুলসহদেৱৰে সৈতে যুধিষ্ঠিৰ, সমুখৰ মাজভাগত সাৰথি শ্ৰীকৃষ্ণৰে সৈতে মহাৰখ অৰ্জুন ৰং সলৈ সাবগৈ। সুনোপক্ষ সমুখামুখি হল। দুয়োপক্ষপৰা ভীষণ জয়ধ্বনি উঠি আকাশ কম্পন কৰিলে। আচম্বিতে সৰ্বজনীন কৌতুহল এক ১) সীৰ গৰিষ্যৎবাণী শুনি গুৰি, তেওঁৰ সাজি। লাব ও পাগৰ পৰিাৰ মই খুলে গেল। বে, এ শী বুলি মই সৰ ললো পি ওপৰ কৰিলে।