পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৪ ইতিপুৰ্বত, যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ প্ৰাৰঙত ভীম, অৰ্জুন, নকুল আৰু সহদেৰ এই চাৰি পাণ্ডৱে চতুৰ্দিশে দিগ্বিজয় কৰিছিল। কিন্তু দুৰ্য্যোধনৰ প্ৰভুত্ব বিস্তাৰৰ সময়ত প্ৰখ্যাত মহাবীৰ কণই অকলেই সেই চতুৰ্দিশত দিগ্বিজয় কৰিছিল। পাণ্ডৰৰ ধৰণস্বৰূপ অৰ্জুন দ্ৰোণৰ শ্যি, কিন্তু কৰ্ণ দ্ৰোণ পৰমৰ শিষ্য; অৰ্জনৰ দুৰ্জয় ধনু গাণ্ডী কৰি ততোধিক দুৰ্জয় ধনু বিজয়ধ; অৰ্জুনৰ সাৰখি শ্ৰীকৃষ্ণ, কৰ সাৰথিও মহাবল শল্য; দুয়ো দিব্যাস্ত্ৰবিদ বিচক্ষণীয় যোদ্ধা। বাস্তৱতে, ফৰ্ণ হে অৰ্জুনৰ প্ৰকৃত প্ৰতিযোদ্ধ। দুয়ো পৰস্পৰক ৰখিবলৈ বহুদিনৰপৰা প্ৰতিশ্ৰুত। কুৰুক্ষেত্ৰ-মহাৰণৰ প্ৰাৰস্তুত কৰ্ণৰ জন্মবৃত্তান্ত ব্যক্ত কৰি, তেওঁৰ গৰ্ভধাৰিণী মাতৃ কুন্তীদেবীয়ে যেতিয়া তেওঁৰ ওচৰত পঞ্চপাণ্ডৱৰ প্ৰাণ ভিক্ষা কৰে, অৰ্থাৎ কৰ্ণই কৌৰ পক্ষীয় হৈ যুদ্ধ কৰিলেও, পাঁচ পাণ্ডৱৰ এজনকো তেওঁ বধ নকৰিবলৈ কয়, তেতিয়া কই ‘অচল-অটল ভাৱে ইয়াকে হে সমিধান দিলে যে মাতৃ-অনুৰোখ ৰক্ষাৰ্থে তেওঁ যুধিষ্ঠিৰ, ভীম, নকুল, সহদেৰ এই চাৰি গুৰক হতে বহু নকৰিলেও, অৰ্জুনবধ সংকল্প তেওঁ কাচিতে পৰিহাৰ কৰিব নোৱাৰে। বৰূপত কণই হে অৰ্জুনবধ সাধিৰ পাৰিব। অনপতনৰ লগে লগেই পাণ্ডৰ পক্ষৰ পতন; আৰু তাৰ লগে আগেই কৌৰ পল ই সত্য কথা। যুকসকলে হতাশ নহৈ মহাৰীৰ কৰু দ্ৰোণাচাৰ্যৰ ঠাইত এই সেনাপতি বৰণ কৰি যুদ্ধ পুনঃ পূৰ্ণবেগেৰে আৰম্ভ কৰাই দিয়ক। শকুনিৰ মতে কসম খীৰ নহৰ নুপজিৰ (১)। তুই এই এতেকে কৌৰৱৰ ১) লি বৰ, যি ধৰ, মোঃ শৰ বিৰ সমা