পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭। আধ্যা। কৰ্ণবধ। জেৰ যোদ্ধা মহামতি ভীমদেৱৰ পতনৰ লগে-লগেই কৌ পৰু হতাশ হবলৈ ধৰে। তাৰ পাচত, অস্ত্ৰগুৰু মহাৰথ সোণাচাৰ্যৰ সেনাপতিত্বত সেই পক্ষৰ বিজয়বাসন পুনৰপি মটমটীয়া হৈ উঠে। বন্ততে, তেওঁৰ সেনাপতিত্বত পাণ্ডৰপক্ষৰ কেইবাজনো বিচক্ষণ বীৰ ৰণত পত, কৌৰৱ পক্ষৰ জয়লাভ একপ্ৰকাৰ ঠাৱৰ হোৱাৰ নিচিনা হৈছিল; পিচে, এনেতে সেই ঘাই সেনাপতি দুৰ্জয় দ্ৰোণাচাৰ্যৰ অভাবনীয় পতন হোৱাত, কৌৰৱৰ আশা-ভসা সমূলঞ্চে মাৰ যোৱাৰ লক্ষণ দেখা গল।হতাশৰ খুন্দাত অস্থিৰ হৈ কৌৰৱ পক্ষীয় বুদ্ধকৰ্তা দুৰ্যোধন অত্যন্ত কাতৰ হৈ পৰিল; বৃষ অঙ্গ তাৰ বিলাপত সেই হতাশৰ ভাৰ উগাৰিবলৈ ধৰিলে। এনেতে, কুইমত্ৰী শকুনি কাষ চাপিলগৈ। তেওঁ দুৰ্যোঞ্চল আৰু অন্ধ দুইকে আপাকে বুজাইফাই উদগনি দিবলৈ ধৰিলে। তেওঁৰ মতে, তেতিয়ালৈকে কৌৰৰ শক্তি সমূলঞ্চে নাশ নৌ এখোন, -হৰৰ ফৰীৰ জীবেত মোনে সেই শক্তি সৰে থাকি। ভীদেৱ আৰু দ্ৰোণাচাৰ্য্য যদিও অদেয় বোন্ধা আছিল, শিলে সিৰিলক স্কুল কৰিছিল। কিন্তু কৰিীৰ এতি গুণ কণীয়া, এতিয়াও তেও অকলশৰে অৰত জিনি ,