পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভ । আধ্যা। দ্ৰোণ-বধ। দ্ৰোণাচাৰ্য্যৰ প্ৰধান সেনাপতিত্বত কুৰু-পাণ্ডৱ মহাৰণৰ পাঁচ দিন পাৰ হৈ গল; ইয়াৰ ভিতৰত কোন পক্ষৰ জয়, কোন্ পক্ষৰ পৰাজয় তাৰ একো নিৰ্ণয় কৰিব পৰা নায়ায়। দুয়ো পক্ষৰ সমান লাভ, সমান ক্ষতি; কালি এপক্ষৰ এজন প্ৰখ্যাত মহাযোদ্ধাৰ পতন হৈছিল যদি, আজি ইপক্ষৰ এজন সমকক্ষীয় যোদ্ধাৰ পতন হৈছে। এই অনুক্ৰমে পাঁচদিন কুৰুক্ষেত্ৰত কুৰু-পাণ্ডবৰ মহাৰণ ভীষণভাৱে পাৰ হৈ গৈ, ষষ্ঠ দিনত উপস্থিত। এই দিনেই দ্ৰোণাচাৰ্যৰ প্ৰধান দিন। ভগদত্তৰ পতনত কৌৰৱ শিবিৰ অতিকৈ শোক সন্তপ্ত আৰু ক্ৰোধ উন্মত্ত হল। পোপ্ৰথমে তাৰ চি দুৰ্য্যোধনত লক্ষিত হয়। শোক সন্তপ্ত আৰু ক্ৰোধ উন্মত্ত হৈ পৰৰ মিত্ৰ কামৰূপেশ্বৰ ভগদত্তক প্ৰতিশোধ দিয়াৰ উদ্দেশ্যে অশ্বত্থামা নামেৰে হাতত আৰোহণ কৰি, গাৰেৰে সুসজ্জিত হৈ অৰ্জুনক আক্ৰমণ কৰিবলৈ দুৰ্যোধন উৰাৰণ হৈ আগ বাঢ়িছে, এনেতে আদালতে যাণে গদা জোকাৰি জীৱসেনে আসছি ধৰিলে। ক্ৰোধা দুৰ্যোধনে হাতীৰ পৰা নানি অনতিপনে ভীমসেনৰে সৈতে ভয়ৰ গদা পাতিলে। গলেন এই দুজন প্ৰখ্যাত গাৰৰ মাজত তুমুল যুদ্ধ চালিয়ে কেৱে কাকো জিনিব পৰা নাই। কিন্তু সদৌনেত দুৰ্যো ঠাৰিব