পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

996 শ্ৰীকৃষ্ণ। 3 দুৰ্জয় বীৰ। বাহুবলত, গদাযুদ্ধত পিতৃ ভীমসেনসম যোদ্ধা আৰু ধনুৰেৰে ৰথযুদ্ধত পিতৃব্য অৰ্জুনৰ তুল্য ধনুৰ্ধৰ। পাণ্ডৰ পক্ষত অভিমন্য আৰু ঘটোৎকচ, দুই মহাশক্তি। দুয়ে পণ্ডিত, শ্ৰীকৃষ্ণৰ শলাগৰ প্ৰিয়পাত্ৰ। জয়দ্ৰথ পতনৰ হতাশে হেচি ধৰোতেই ছেগ বুজি, শ্ৰীকৃষ্ণদেৱৰ সঙ্কেত, অনুসৰি, যুদ্ধংদেহি বুলি ঘটোৎকচ, ৰণক্ষেত্ৰত অৱতীৰ্ণ হলগৈ। টোৎকচক ৰণক্ষেত্ৰত তীৰ্ণ দেখি, কৌৰৱপক্ষীয় সেনানীৰ হৃৎকম্প হবলৈ ধৰিলে। এই ডেকা-ভীমৰ ঘোৰ আস্ফালন আৰু তৰ্জন-গৰ্জনত কোৰৰ যোদ্ধাৰ প্ৰাণত আতৰ উপস্থিত হল; দেখিয়েই এভাগ সৈঙ্গই ভয়তে ভাটি দিলে। এনেতে, দুঃশাসনৰ পুত্ৰ দোষণে ৰথত চৰি ধৰ্ব্বাপেৰে তীনন্দন ঘটোৎকচক অক্ৰমণ কৰিলেগৈ। ঘটোৎকচে হঙ্কাৰ ছাৰি খেদি গৈ, গদাৰ কোবত ৰথ ভাঙ্গি চুৰ্ণাকৃত কৰি দোষণক বধ কৰিলে। কৌৰৱ পক্ষত হাহাকাৰ লাগি উঠিল। পুলৰিয়োগত মৰ্মান্তিক হৈ, মৰোজীওঁকৈ ৰত চৰি দুঃশাসন স্বয়ং সংগ্ৰামত উপস্থিত হলগৈ। কিন্তু তেওঁ ঘটোৎকচৰ আগত সহপৰ তবি নোৱাৰি ৰণত পিঠি দেখুৱাবলৈ বা হল। তাৰ পাচত, নিন্দন কৰ বীৰ সুতীক্ষ ধশৰেৰে সমুখ হলহি। কিন্তু ভীমনশনৰ গদাঘুৰশিত কণৰ শৰ ছিটিকি উফৰিবলৈ ধৰিলে আৰু শেহাত ঠাৱৰিব নোৱাৰি কণ পলামুগ্ধং হল। কৰ্ণক বিমুখ হোৱা দেখি কোৰৰ পক্ষ অত্যন্ত স্তন হৈ পৰি, আনবিলাক ৰণলৈ আগ নবঢ়া হল। এনেতে, ঘাই সেনাপতি দ্ৰোণাচাৰ্যক বিমোৰ হোৱা দেখি, তেওঁ ৰীৰপুত্ৰ অশ্বথাই ধণশৰ লৈ ৰণত উপস্থিত হলগৈ। ঘটোৎকচেও গদা থৈ ধণু-শৰ ধাৰণ কৰিলে। উভয়ৰে মাজত যোত থৈ ৰণ লাগিল। শেহাত ঘটোৎকচৰ প্ৰকোপ সবি নোৱাৰি 'অশ্বত্থামায়ে ৰণত পিঠি দেখুৱালে। তাৰ পাচত, কৌৰৱপক্ষক স্তম্ভিত হোৱা দেখি, মহাবলী অষুষ নামেৰে কৌৰৰ পক্ষীয় অসামাঙ্গ ৰীৰ এজনে