পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জগুযোগ। এই ধ্যানযোগ আয়ত্ত কৰি উঠা সকলোৰে পক্ষে সম্ভৱপৰ ৰা সহজ সাধ্য নহয়, গতিকে ই পৰম গুহ। অৰ্জুনক মহাসংঘৰী মহাশক্তিশালী বুলি নিঃসংশয়কৈ জানি হে আত্মজ্ঞানী তত্ত্বদৰ্শী ভগৱান শ্ৰীকৃষ্ণই এই নিগুঢ় তত্ত্বৰ উত্তমাংশ তেওঁত ব্যাখ্যা কৰিলে।